ETV Bharat / state

বিছনাত কণমানি জীয়ৰীঃ ৰাইজৰ সহায় বিচাৰি কাতৰ আহ্বান অসহায় পিতৃৰ

ধেমাজিৰ চিচিবৰগাওঁৰ অন্তৰ্গত গড়মৰাগাঁৱৰ এগৰাকী কিশোৰী ৷ নৱম শ্ৰেণীত অধ্যয়নৰত কিশোৰীগৰাকীয়ে বিগত পাঁচ মাহৰ পৰা এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ শয্যাশায়ী হৈ পৰি ৰৈছে ৷ কিশোৰীগৰাকীক সহায়ৰ উদ্দেশ্যে আগবাঢ়ি আহিবলৈ সদাশয় ৰাইজক আহ্বান জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মকৰ্তাসকলে ৷

author img

By

Published : Sep 14, 2020, 12:13 PM IST

need help for medical treatment dhemaji assam etv bharat news
চিকিৎসাৰ বাবে সহায়ৰ প্ৰয়োজন

ধেমাজি,14 ছেপ্তেম্বৰ: পখিলা খেদা বয়স তাইৰ ৷ আন দহজনীৰ দৰে উমলিব বিচাৰে তাই সমনীয়াৰ সৈতে ৷ কিন্তু তাই আজি শয্যাশায়ী ৷ ধেমাজিৰ চিচিবৰগাওঁৰ অন্তৰ্গত গড়মৰাগাঁৱৰ এগৰাকী কিশোৰী ৷ নৱম শ্ৰেণীত অধ্যয়নৰত কিশোৰীগৰাকীয়ে বিগত পাঁচ মাহৰ পৰা এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ এনেদৰে শয্যাশায়ী হৈ পৰি ৰৈছে ৷ কিশোৰাগৰাকীৰ পিতৃ-মাতৃ আজি অসমৰ্থ ৷ কিয়নো জীয়ৰীৰ চিকিৎসাৰ বাবে হাতত মজুত নাই ধন ৷ শয্যাশায়ী কিশোৰীগৰাকীয়ে বিচনাৰ পৰাই সহায় বিচাৰি কৰিছে কাতৰ আহ্বান ৷ শেহতীয়াকৈ কিশোৰীগৰাকীৰ কাষত সহায়ৰ নিমিত্তে থিয় হৈছে বিভিন্ন স্থানীয় দল-সংগঠন ৷ কিন্তু কিশোৰীগৰাকীৰ চিকিৎসাৰ বাবে এয়া পৰ্যাপ্ত নহয় ৷ সেয়ে কিশোৰীগৰাকীক সহায়ৰ উদ্দেশ্যে আগবাঢ়ি আহিবলৈ সদাশয় ৰাইজক আহ্বান জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মকৰ্তাসকলে ৷

চিকিৎসাৰ বাবে সহায়ৰ প্ৰয়োজন

লগতে চাওকঃ পথৰ দাঁতিত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ দুই যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.