ETV Bharat / state

আবকাৰী বিভাগৰ ব্যৰ্থতাৰ প্ৰতিবাদত উত্তাল ধেমাজি

জ্বলিল তিনি মন্ত্ৰীৰ পুত্তলিকা

আবকাৰী বিভাগৰ চৰম ব্যৰ্থতা
author img

By

Published : Mar 1, 2019, 6:24 PM IST

ধেমাজী,১ মাৰ্চঃ গোলাঘাট আৰু যোৰহাটত বিসাক্ত সুৰাপান কৰি প্ৰায় ডেৰ শতাধিক ব্যক্তিৰ মৃত্যু হোৱাৰ পাছত শুকুৰবাৰে আবকাৰী বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ ধেমাজিৰ ৰাজপথত । আবকাৰী বিভাগৰ ব্যৰ্থতা তথা নিৰৱ ভুমিকাৰ প্ৰতিবাদত ধেমাজি জিলা কংগ্ৰেছ কৰ্মীসকলে ধেমাজি সদৰ ৰাজপথত দাহ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল , বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শমা আৰু আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ প্ৰতিকৃতি । প্ৰতিবাদী কৰ্মীসকলে চুলাই বেপাৰী বিজেপি চৰকাৰ হায় হায় শ্লোগানেৰে উত্তাল কৰি তোলে ধেমাজি ৰাজপথ ।

আবকাৰী বিভাগৰ চৰম ব্যৰ্থতা

ইয়াৰ উপৰিও আগন্তুক নিবাচনত ভোটৰ আশাত যাতে আবকাৰী বিভাগৰ জৰিয়তে চুলাই বিক্ৰী কৰা কায্যসূচী চৰকাৰে বন্ধ নাৰাখে তাৰ বাবে বিজেপি চৰকাৰক সকীয়াই দিয়ে প্ৰতিবাদকাৰী সকলে । লগতে ৰাজ্য কঁপাই যোৱা গোলাঘাটৰ সুৰাৰ ট্ৰেজেদিৰ ঘটনা দণ্ডাধীশ পৰ্যায়ৰ তদন্ত কৰি দোষীক উচিত শাস্তি দিবলৈ দাবী জনায় প্ৰতিবাদকাৰী সকলে ।

আবকাৰী বিভাগৰ ব্যথতা

ধেমাজি ত জ্বলি ল তিনি মন্ত্ৰীৰ পূত্তলিকা ::

আবকাৰী বিভাগৰ ব্যথতাৰ প্ৰতিবাদ ত শুক্ৰবাৰে ধেমাজি জিলা কংগ্ৰেছ কমীসকলে ধেমাজি সদৰত মুখ্য মন্ত্ৰী সবানন্দ সোণোৱাল , বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শমা আৰু আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্য প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাৱ্যস্ত কৰে ।প্ৰতিবাদী কংগ্ৰেছ কমীসকলে চুলাই বেপাৰী বিজেপি চৰকাৰ হায় হায় আদি বিভিন্ন চৰকাৰ বিৰোধী শ্লগানেৰে নগৰৰ ৰাজপথ
উত্তাল কৰি তোলে ।

ইপিনে আগন্তুক নিবাচনত ভোটৰ আশাত যাতে আবকাৰী বিভাগৰ জৰিয়তে চুলাই বিক্ৰী কৰা কায্যসূচী বন্ধ কৰিবলৈ বিজেপি চৰকাৰক সকীয়াই দিয়াৰ লগতে ৰাজ্য কপাই যোৱা গোলাঘাট ৰ সুৰাৰ ট্ৰেজেদি ৰ ঘটনা দণ্ডাধীশ পযায়ৰ তদন্ত কৰি দোষী ক উচিত শাস্তি দিবলৈ দাবী জনায় ।

byte..

pradunya Bharali , Dhemaji, Assam, 1/3/2019
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.