ETV Bharat / state

ধেমাজিত আটাছুৰ কেন্দ্ৰীয় মে-ডাম-মে-ফীৰ সামৰণি

author img

By

Published : Jan 31, 2021, 7:21 PM IST

সদৌ তাই আহোম ছাত্ৰ সন্থাৰ উদ্য়োগত ধেমাজি ডিআৰডিএ প্ৰাংগনত চাৰিদিনীয়া কাযসুচীৰে কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় মে-ডাম-মে-ফী । দেওবাৰে সামৰণি পৰা এই অনুষ্ঠানত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

ধেমাজিত আটাছুৰ কেন্দ্ৰীয় মে-ডাম-মে-ফীৰ সামৰণি
ধেমাজিত আটাছুৰ কেন্দ্ৰীয় মে-ডাম-মে-ফীৰ সামৰণি

ধেমাজি, ৩১ জানুৱাৰী : সমগ্ৰ ৰাজ্য়ৰ লগতে ধেমাজি জিলাটো উলহ-মালহৰে পালন কৰা হয় মে-ডাম-মে-ফী । সদৌ তাই আহোম ছাত্ৰ সন্থাৰ উদ্য়োগত ধেমাজি ডিআৰডিএ প্ৰাংগনত চাৰিদিনীয়া কাযসূচীৰে কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় মে-ডাম-মে-ফী । এই অনুষ্ঠানৰ দেওবাৰে সামৰণি পৰে ।

অন্তিম দিনা পুৱা পৰম্পৰাগতভাবে পূৰ্ব পূৰুষসকলক স্মৰণ কৰাৰ পিছতেই দুপৰীয়া বিভিন্ন জাতি-জনগোষ্ঠীৰ দলসমূহে মঞ্চত নৃত্য পৰিৱেশন কৰে ৷ উল্লেখ্য যে অন্তিম দিনা সন্ধিয়া কোনো সাংস্কৃতিক অনুষ্ঠানৰ ব্যৱস্থা নকৰি কেৱল বন্তি প্ৰজ্বলন কৰি মে-ডাম-মে-ফীৰ কাৰ্যসূচী অন্ত পেলোৱা বুলি জনালে উদ্যোক্তা সকলে ।

লগতে পঢ়ক :বাঘবৰত কৃষকৰ মাজত হাহাকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.