ETV Bharat / state

স্বায়ত্ত্ব শাসিত পৰিষদৰ দাবীৰে মেচ-কছাৰী জাতীয় পৰিষদৰ প্ৰতিবাদ - মেচ-কছাৰী জাতীয় পৰিষদ

ধেমাজিৰ মৰিধল চাৰিআলিত সোমবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ভৈয়াম জনজাতি মন্ত্ৰী চন্দন ব্ৰহ্মৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে মেচ-কছাৰী জাতীয় পৰিষদে ৷ স্বায়ত্ত্ব শাসিত পৰিষদ প্ৰদানৰ দাবীৰে প্ৰতিবাদ কৰে সংগঠনটোৱে ৷

মেচ-কছাৰী জাতীয় পৰিষদৰ প্ৰতিবাদ
মেচ-কছাৰী জাতীয় পৰিষদৰ প্ৰতিবাদ
author img

By

Published : Sep 28, 2020, 2:58 PM IST

ধেমাজি, 28 ছেপ্টেম্বৰ : সোমবাৰে ধেমাজিৰ মৰিধল চাৰিআলি প্ৰতিবাদ সাব্যস্ত কৰি মেচ-কছাৰী জাতীয় পৰিষদে ৷ মেচ-কছাৰীসকলক স্বায়ত্ত্ব শাসিত পৰিষদ দিয়াৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিলে সংগঠনটোৱে ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ভৈয়াম জনজাতি মন্ত্ৰী চন্দন ব্ৰহ্মৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ কৰিলে সংগঠনটোৱে ৷

স্বায়ত্ত্ব শাসিত পৰিষদৰ দাবীৰে মেচ-কছাৰী জাতীয় পৰিষদৰ প্ৰতিবাদ

প্ৰতিবাদকাৰীসকলৰ অভিযোগ, জাতিৰ সম উন্নয়ন, পাহাৰ-ভৈয়ামৰ কথা কোৱা চৰকাৰখনে পাহৰিলে সপ্তম স্থানত থকা মেচসকলৰ কথা ৷ বাৰম্বাৰ চৰকাৰৰ পৰা প্ৰতাৰিত হৈ অহা জনগোষ্ঠীটোক অতি শীঘ্ৰে স্বায়ত্ত্বশাসিত পৰিষদ প্ৰদান নকৰিলে নকৰিলে আগন্তুক নিৰ্বাচনত তেওঁলোকে ভোট বৰ্জন কৰি হ'লেও মেচ-কছাৰী অধ্যুষিত অঞ্চলসমূহত তেওঁলোকে প্ৰতিবাদ অব্যাহত ৰাখিব বুলি সকীয়নি প্ৰদান কৰে ৷

লগতে পঢ়ক: মৰিগাঁৱত অসম গণ পৰিষদ দলৰ 41 জনীয়া সমিতি গঠন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.