ETV Bharat / state

5 গৰাকী ছহিদক হিমন্ত আৰু সোণোৱালে মাৰিছে !! - Martyrs family against CAA

এই ক্ষেত্ৰত অসমীয়াৰ তেজ আছে যদি অসম চুক্তিৰ ৫ নং দফাৰ আধাৰত বিদেশী চিনাক্ত কৰি অসমৰ পৰা বিদেশী বহিষ্কাৰ কৰি দেখুৱাওক আৰু তাৰ পিচত ৬ নং দফা ৰূপায়ণ কৰক বুলিও মন্তব্য কৰে ছহিদগৰাকীৰ আত্মীয়ই ৷

ছহিদ পৰিয়ালৰ CAA বিৰোধীতা
ছহিদ পৰিয়ালৰ CAA বিৰোধীতা
author img

By

Published : Dec 23, 2019, 4:31 PM IST

ধেমাজি , 23 ডিচেম্বৰ : "সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাহে প্ৰকৃততে দেশদ্ৰোহী । অসম কোনোপধ্যেই অসমীয়াৰ হৈ থকাটো নিবিচাৰিছে এই মন্ত্ৰীদ্বয়ে ৷ " এই মন্তব্য অসম আন্দোলনৰ ছহিদ কমল বৰাৰ পিতৃ প্ৰবীণ মুক্তি যোদ্ধা টংক বৰাৰ । নাগৰিকত্ব সংশোধনী আইন বলবৎ হোৱাৰ ফলত সমগ্ৰ দেশত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত উপৰোক্ত মন্তব্য কৰে ছহিদগৰাকীৰ পিতৃয়ে ৷ এই ক্ষেত্ৰত অসমীয়াৰ তেজ আছে যদি অসম চুক্তিৰ ৫ নং দফাৰ আধাৰত বিদেশী চিনাক্ত কৰি অসমৰ পৰা বিদেশী বহিষ্কাৰ কৰি দেখুৱাওক আৰু তাৰ পিচত ৬ নং দফা ৰূপায়ণ কৰক বুলিও মন্তব্য কৰে ছহিদগৰাকীৰ আত্মীয়ই ৷ এই সন্দৰ্ভত চাওঁক এক বিশেষ প্ৰতিবেদন...

ছহিদ পৰিয়ালৰ CAA বিৰোধীতা

লগতে পঢ়ক: চৰকাৰ শংকিত হৈছে::উপমন্যু হাজৰিকা

Intro: কা ,' ক লৈ ৮৩ ৰ অসম আন্দোলনৰ শ্বহীদ কমল বৰাৰ পৰিয়ালৰ প্ৰতিক্ৰিয়া । ই টি ভাৰতৰ আগত কি কলে পৰিয়াটোৱে । চাওক আমাৰ এই প্ৰতিবেদন :

Body: কা ,' ক লৈ ৮৩ ৰ অসম আন্দোলনৰ শ্বহীদ কমল বৰাৰ পৰিয়ালৰ প্ৰতিক্ৰিয়া । ই টি ভাৰতৰ আগত কি কলে পৰিয়াটোৱে । চাওক আমাৰ এই প্ৰতিবেদন :

ধেমাজি , 23 ডিচেম্বৰ : সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাহে প্ৰকৃততে দেশদ্ৰোহী ।অসম আৰু অসমীয়া হৈ নাথাকে সেই কথাটোকে চিন্তা কৰিছে এই দুগৰাকী মন্ত্ৰীয়ে ।এই মন্তব্য ৮৩ অসম আন্দোলনত ধেমাজিৰ বিষ্ণুপুৰ পাচ আলিৰ কোচ গাৱৰ শ্বহীদ কমল বৰাৰ পিতৃ প্ৰবীণ মুক্তি যোদ্ধা টং বৰাৰ ।

byte..1 শ্বহীদৰ পিতৃ

সেইদৰে শ্বহীদৰ আত্মীয় তথা ভতিজাক নাৰায়ণ বৰাৰ চৰকাৰলৈ তীব্ৰ প্ৰত্যাহ্বান : যদি অসমীয়া তেজ আছে তেন্তে অসম চুক্তিৰ ৫ নং দফাৰ আধাৰত বিদেশী চিনাক্ত কৰি অসমৰ পৰা বিদেশী বহিষ্কাৰ কৰি দেখুৱাওক আৰু তাৰ পিছত ৬ নং দফা ৰূপায়ণ কৰক । অসমীয়া মানুহক বাৰে বাৰে মুৰ্খ সজাব চেষ্টা কৰি আহিছে ।অসমীয়া মানুহ ইমান মুৰ্খ নহয় ।যদিহে এই আইন বাতিল নকৰে তেন্তে অসমীয়া ডেকা লৰাবোৰ শুই বহি নাথাকে ।

byte..2 ,শ্বহীদৰ আত্মীয় ( ভতিজা )

Pradunya Bharali , Dhemaji , Assam, 23/12/2019

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.