- জোনাইৰ ৰাংকপত ভয়ংকৰ পথ দুৰ্ঘটনা(Road accident in Jonai)
- দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত প্ৰতিদিন টাইমৰ সাংবাদিক ধীৰাজ মিৰি(Journalist injured in road accident)
- সাংবাদিকগৰাকী ঘৰলৈ উভতাৰ পথতে সংঘটিত হয় দুৰ্ঘটনাটো
- আহত ধীৰাজ মিৰিক স্থানীয় লোকৰ সহযোগত তাৎক্ষণিকভাৱে চিকিৎসালয়ত ভৰ্তি
- সাংবাদিকগৰাকীৰ স্কুটিত প্ৰচণ্ড জোৰে খুন্দা মাৰে বিপৰীত দিশৰ পৰা আহি থকা এখন চাৰিচকীয়া বাহনে
- দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ AS06 H0169
- ASO3W 1972 নম্বৰৰ স্কুটিখনেৰে ঘৰলৈ উভতিছিল সাংবাদিক ধীৰাজ মিৰি