ETV Bharat / state

জোনাইত যান-বাহন আইন উলংঘাকাৰীৰ পৰা সংগ্ৰহ জৰিমনা

author img

By

Published : Nov 6, 2020, 8:01 AM IST

যান-বাহন আইন উলংঘা কৰা লোকৰ বিৰুদ্ধে অভিযান জোনাই আৰক্ষীৰ ৷ প্ৰায় 12 হাজাৰ টকা জৰিমনা সংগ্ৰহ কৰে যান-বাহন আইন উলংঘাকাৰীৰ পৰা ৷

Jonai Traffic police took fine form the rule breakers
জোনাইত যান-বাহন আইন উলংঘাকাৰীৰ পৰা সংগ্ৰহ জৰিমনা

জোনাই,6 নৱেম্বৰ: জোনাই যান-বাহন আৰক্ষীৰ আইন উলংঘা কৰা লোকৰ বিৰুদ্ধে অভিযান ৷ জোনাই থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভীমকান্ত পেগুৰ নিৰ্দেশ মৰ্মে বৃস্পতিবাৰে অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ ৰুকচিন আউটপোষ্টত যানবাহন শাখাৰ ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত জোনাই থানাৰ উপ পৰিদৰ্শক মুহিধৰ ৰামছিয়াৰীৰ নেতৃত্বত বিপদজ্জনকভাৱে যান-বাহন চলোৱা,তীব্ৰ গতিত বাহন চলোৱা,ছীট বেল্ট নলগোৱাকৈ বাহন চলোৱা আৰু হেলমেট পৰিধান নকৰা লোকৰ পৰা জৰিমনা সংগ্ৰহ কৰে জোনাই আৰক্ষীয়ে ৷

উল্লেখ্য যে কিছুদিনৰ পৰা ধেমাজী জিলাত একাংশ উদণ্ড চালকে যান-বাহন আইন উলংঘা কৰি আহিছে ৷ তাৰ বাবে জোনাই থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভীমকান্ত পেগুৰ নিৰ্দেশ মৰ্মে উপ পৰিদৰ্শক মুহিধৰ ৰামছিয়াৰীৰ নেতৃত্বত এই পদক্ষেপ গ্ৰহণ কৰে ৷ যান-বাহন আইন উলংঘাকাৰীৰ পৰা প্ৰায় 12 হাজাৰ টকা জৰিমনা সংগ্ৰহ কৰে ৷

লগতে পঢ়ক:চিৰাঙত ড্ৰাগছ সহ গ্ৰেপ্তাৰ দুই সৰৱৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.