ETV Bharat / state

জোনাইৰ বিভিন্ন প্ৰান্তত ধুমুহাত বিধস্ত মানুহৰ বাসগৃহ, গছ-গছনি

author img

By

Published : Feb 27, 2020, 8:43 PM IST

জোনাই অঞ্চলত অহা ধুমুহাই বিধ্বস্ত কৰে বিভিন্ন প্ৰান্তৰ কেইবাটাও বাসগৃহৰ লগতে বহু মূল্যবান গছ গছনি ৷

Jonai Hailstorm : Many house collapsed
জোনাইৰ বিভিন্ন প্ৰান্তত ধুমুহাত বিধস্ত মানুহৰ বাসগৃহ, গছ-গছনি

জোনাই, 27 ফেব্ৰুৱাৰী: বৃহস্পতিবাৰে পুৱতি নিশা অহা এজাক ধুমুহাই বিধ্বস্ত কৰি থৈ যায় জোনাইৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও বাসগৃহৰ লগতে মূল্যবান গছ গছনি । জোনাইৰ বিজয়পুৰত এই ধুমুহাত প্ৰকাণ্ড গছ বাগৰি কৃপেছ মেদক নামৰ মানুহ এগৰাকীৰ বাসগৃহ সম্পূৰ্ণৰপে বিধ্বস্ত কৰে ৷ অৱশ্যে ভাগ্যক্ৰমে উক্ত নিশা ঘৰত নাছিল পৰিয়ালৰ কোনো লোক ৷ ধুমুহাত বিজয়পুৰ গাঁওখনৰ লগতে সমীপৰ গাওঁসমূহত ঠায়ে ঠায়ে কম-বেছি পৰিমাণে মানুহৰ বাসগৃহ লগতে গছ গছনি বিধ্বস্ত হোৱাৰ খবৰ পোৱা হৈছে । নিশা অহা এই ধুমুহাৰ ফলত বৰ্তমান জোনাই অঞ্চলত ব্যাহত আছে বিদ্যুৎ যোগান ।

লগতে পঢ়ক: নিজ পত্নীক 300 টুকুৰা কৰি হত্যা কৰা সেনা বিষয়াগৰাকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.