ETV Bharat / state

চিয়াঙৰ বানত প্লাৱিত জোনাইৰ বিস্তীৰ্ণ অঞ্চল - চিয়াং নৈ

জোনাইৰ কবু চাপৰিত অপৰিৱৰ্তিত বান পৰিস্থিতি ৷ দিশহাৰা হৈ পৰিছে 8 টা ৱাৰ্ডৰ পৰিয়াল ৷

কবু চাপৰিত তিনিদিনে অপৰিৱৰ্তিত বান পৰিস্থিতি
author img

By

Published : Jun 29, 2019, 6:31 PM IST

জোনাই ২৯ জুন : জোনাইত চিয়াং নৈৰ ভয়াবহ বানত নদীদ্বীপ কবু চাপৰিত ঘৰ ভেটি সকলো হেৰুৱাই দিশহাৰা হৈ পৰিছে 8 খন ৱাৰ্ডৰ পৰিয়াল । যোৱা তিনিদিনে বানৰ কবলত জলবন্ধী জোনাইৰ কবু চাপৰি। চিয়াং নৈৰ বাঢ়নী পানীত জোনাইৰ কবু চাপৰিৰ 8 খন ৱাৰ্ডেতে সম্পূৰ্নৰূপে বুৰ গৈ আছে মানুহৰ ঘৰ‌-বাৰী, কৃষি ভূমি, বাট পথ বিদ্যালয়, স্বাস্থ্যকেন্দ্ৰ আদি সম্পূৰ্নৰূপে পানী ডুব গৈ আছে | চাৰিওফালে জলমগ্ন হোৱাত মানুহৰ লগতে পোহনীয়া জীৱজন্তু মাজতো সৃষ্টি হৈছে খাদ্যৰ সমস্যাই | জোনাই মহকুমাৰ চিয়াং নদীৰ বাঢ়নী পানীত বহু অঞ্চল বানত প্লাৱিত হয়।

কবু চাপৰিত তিনিদিনে অপৰিৱৰ্তিত বান পৰিস্থিতি

লগতে পঢ়ক: অসমৰ যুৱকৰে কাশ্মীৰত জেহাদী কাৰ্যকলাপ চলোৱাৰ ষড়যন্ত্ৰ !

বিশেষকৈ কবু চাপৰি, বেৰা চাপৰি, মুনমোনি চাপৰি আদিৰ লগতে চিলে, বাহিৰ জোনাই, গালী, বিজয়পুৰ, লাইমেকুৰী আৰু ৰামধন দিখাৰী পঞ্চায়তৰ বিস্তীৰ্ণ এলেকা পানীত ডুব যায়৷ ইমানৰ পিছতো চৰকাৰ তথা প্ৰশাসনে খবৰ নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৰাইজৰ |

Intro:Body:।।জোনাইৰ কবু চাপৰিত অপৰিৱৰ্তিত বান পৰিস্থিতি/দিশহাৰা হৈ পৰিছে 8 খন ৱাৰ্ডৰ পৰিয়াল

জোনাই ২৯ জুন :
জোনাইত চিয়াং নৈৰ ভয়াবহ বানত নদীদ্বীপ কবু চাপৰিত ঘৰ ভেটি সকলো হেৰুৱাই আজি দিশহাৰা হৈ পৰিছে 8 খন ৱাৰ্ডৰ পৰিয়াল । যোৱা তিনিদিনে বানৰ কবলত জলবন্ধী জোনাইৰ কবু চাপৰি। চিয়াং নৈৰ বাঢ়নী পানীত জোনাইৰ কবু চাপৰিৰ 8 খন ৱাৰ্ডেতে সম্পূৰ্নৰূপে বুৰ গৈ আছে মানুহৰ ঘৰ‌-বাৰী ,কৃষি ভূমি, বাট পথ বিদ্যালয়, স্বাস্থ্যকেন্দ্ৰ আদি সম্পূৰ্নৰূপে পানী ডুব গৈ আছে| চাৰিওফালে জলমগ্ন হোৱাত মানুহৰ লগতে পোহনীয়া জীৱজন্তু মাজতো সৃষ্টি হৈছে খাদ্যৰ সমস্যাই |জোনাই মহকুমাৰ চিয়াং নদীৰ বাঢ়নী পানীত বহু অঞ্চল বানত প্লাৱিত হয়। বিশেষকৈ কবু চাপৰি, বেৰা চাপৰি, মুনমোনি চাপৰি আদিৰ লগতে চিলে, বাহিৰ জোনাই, গালী, বিজয়পুৰ, লাইমেকুৰী আৰু ৰামধন দিখাৰী পঞ্চায়তৰ বিস্তীৰ্ণ এলেকা পানীত ডুব যায়৷ ইমানৰ পিছতো চৰকাৰ তথা প্ৰশাসনে খবৰ নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৰাইজৰ|

কৰবী দলে, জোনাইConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.