ETV Bharat / state

ধেমাজিৰ জীয়াঢলৰ বানত সৰ্বস্বান্ত কৃষকৰ হাহাকাৰ

author img

By

Published : Jun 16, 2020, 7:01 PM IST

চলিত বৰ্ষটো চহা কৃষকে বাঁওধানৰ লগতে বিভিন্ন খেতি কৰিছে যদি জীয়াঢলৰ পানীয়ে বালি পেলাই সমূলঞ্চে নিঃশেষ কৰিছে খেতি ।

Flood In Dhemaji
ধেমাজিৰ জীয়াঢলৰ বানত সৰ্বস্বান্ত কৃষকৰ হাহাকাৰ

ধেমাজি, 16 জুন: ধেমাজি জিলাৰ জীয়াঢলৰ বানৰ কবলত পৰি সৰ্বস্বান্ত হৈছে চহা কৃষক । বিগত দুটা বছৰে পথাৰত নামিব পৰা নাই চেচাসহ,দুলুংকান,ঘেয়াৰী,ভজুগাঁৱৰ কৃষকসকল । শ শ হেক্টৰ কৃষিভূমি জাহ গৈছে বানত । বাৰিষা বাঢ়নী পানীয়ে বোকা,বালি পেলাই থৈ যায় পথাৰসমূহত ।

চলিত বৰ্ষটো চহা কৃষকে বাঁওধানৰ লগতে বিভিন্ন খেতি কৰিছে যদি জীয়াঢলৰ পানীয়ে বালি পেলাই সমূলঞ্চে নিঃশেষ কৰিছে খেতি । এতিয়া বিস্তীৰ্ণ অঞ্চল কেৱল পানী আৰু বালি ।

লগতে পঢ়ক : ডিমা হাছাওত বিজেপিৰ জন সম্পৰ্ক অভিযান আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.