ETV Bharat / state

ধেমাজিৰ মৎস্য পালকৰ মাজত সামগ্ৰী বিতৰণ সাংসদৰ - জিলা উন্নয়ন আয়ুক্ত

ধেমাজিৰ মৎস্য পালকৰ মাজত সামগ্ৰী বিতৰণ কৰিলে সাংসদ প্ৰদান বৰুৱাই (Distribution among Dhemaji fish farmers) ৷ ধেমাজি জিলাৰ আৱৰ্ত্ত ভৱনত ধেমাজি জিলা প্ৰশাসনৰ সহযোগত বিতৰন কৰা হয় এি সামগ্ৰীসমূহ ৷

Distribution among Dhemaji fish farmers by mp Pradan Baruah
ধেমাজি মৎস্য খেতিয়কৰ মাজত সামগ্ৰী বিতৰণ কৰিলে সাংসদ প্ৰদান বৰুৱাই
author img

By

Published : Sep 11, 2022, 11:55 AM IST

ধেমাজি,11 ছেপ্টেম্বৰ: ধেমাজি জিলাৰ মীন পালকসকলক উৎসাহিত কৰাৰ লগতে সকাহ প্ৰদানৰ উদ্দেশ্য শনিবাৰে ধেমাজি জিলাৰ আৱৰ্ত্ত ভৱনত ধেমাজি জিলা প্ৰশাসনৰ সহযোগত জিলা মীন বিভাগে আনুষ্ঠানিকভাৱে মীন পালকক প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰে (MP Pradan Baruah) ৷ ধেমাজি জিলাৰ মুঠ 60 গৰাকী কৃষকৰ মাজত বিতৰণ কৰা হয় এই সামগ্ৰীসমূহ ৷

ধেমাজি মৎস্য খেতিয়কৰ মাজত সামগ্ৰী বিতৰণ কৰিলে সাংসদ প্ৰদান বৰুৱাই

দুখন শীত-তাপ নিয়ন্ত্ৰিত মাছ কঢ়িওৱা বাহন, 3 খন বৰ জাল ,এখন বাইক, 50 টা ৱাটাৰ কীট আৰু দুখন অট'ৰিক্সা বিতৰণ কৰা হয় ৷ বিতৰণ অনুষ্ঠানত উপস্থিত থাকে সাংসদ প্ৰদান বৰুৱাৰ লগতে জিলা উন্নয়ন আয়ুক্ত অৰূপ কুমাৰ পাঠক, জিলা মীন উন্নয়ন বিষয়া লক্ষীনাথ লাগাছু আৰু প্ৰশাসনৰ অন্যান্য বিষয়া-কৰ্মচাৰীসকল ৷

লগতে পঢ়ক: গুৱাহাটীৰ ছয়মাইলত হৈছিল টকাৰ লেনদেন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.