ETV Bharat / state

আৱৰ্ত ভৱনত কাৰ্টনে কাৰ্টনে সুৰা - সুৰা

আৱকাৰী বিভাগে বিভিন্ন স্থানত অবৈধভাৱে জব্দ কৰা সুৰা প্ৰশাসনৰ অনুমতি সাপেক্ষে ৰখা হৈছিল ধেমাজি জিলাৰ আৱৰ্ত ভৱনত ৷

আৱৰ্ত ভৱনত কাৰ্টুনে কাটুনে সুৰা
author img

By

Published : Jul 19, 2019, 11:38 PM IST

ধেমাজি ,19 জুলাইঃ শুক্ৰবাৰে ধেমাজি জিলাৰ আৱৰ্ত ভৱনৰ নৱনিৰ্মিত এটা কোঠাত কাৰ্টনে কাৰ্টনে উদ্ধাৰ হয় সুৰা । অৱশ্যে এই সুৰাসমূহ আৱকাৰী বিভাগে বিভিন্ন স্থানত অবৈধভাৱে জব্দ কৰা সুৰাহে বুলি জানিবলৈ দিছে । আৱকাৰী বিভাগৰ নিজা গুদাম নথকাৰ বাবে প্ৰশাসনৰ অনুমতি সাপেক্ষেহ আৱৰ্ত ভৱনত এই সুৰা সমূহ জব্দ কৰা হৈছিল । এই সুৰা সমূহ আদালতৰ নিৰ্দেশমৰ্মে দণ্ডাধীশৰ উপস্থিতিত ধেমাজি কাছাৰী ময়দানত জ্বলাই নষ্ট কৰা হয়৷

Intro:ধেমাজি আৱৰ্ত ভৱনত কাটুনে কাটুনে সুৰা:Body:ধেমাজি আৱৰ্ত ভৱনত কাটুনে কাটুনে সুৰা:

ধেমাজি ,19 জুলাই:
অবিশ্বাস্য যেন লাগিলেও সত্য যে ধেমাজি আৱৰ্ত ভৱনৰ নৱনিমি’ত এটা কোঠাতে আছে কাৰ্টুনে কাটুনে সুৰা| যি আৱৰ্ত ভৱনত সঘনে গিজগিজাই থাকে মন্ত্ৰী, এম.এল.এ. সেই আৱৰ্ত ভৱনৰে নৱনিৰ্মীত কোঠাত বহুদিন ধৰি জমা হৈ আছে সুৰাৰ বটল আৰু চুলাই মদ ৰ বিশাল ভাণ্ডাৰ ৷ অৱশ্যে এই সুৰাসমূহ আৱকাৰী বিভাগে বিভিন্ন স্থানত অবৈধভাৱে জব্দ কৰা সুৰাহে ৷ জানিব পৰা মতে আৱকাৰী বিভাগৰ নিজা গুদাম নথকা বাবে প্ৰশাসনৰ অনুমতি সাপেক্ষেহে ৰাখিছিল আৱৰ্ত ভৱনত ৷ এই সন্দভ’ত সংবাদ মাধ্যমৰ আগত আৱকাৰী বিষয়াই সুৰাৰ কাৰ্টোনসমূহ নতুন এটা গুদামঘৰলৈ নিয়া কথা জানিবলৈ দিছে ৷ ইপিনে কৰ্টৰ নিৰ্দেশমমে দণ্ডা ধীশৰ উপস্থিতিত শুক্ৰবাৰে ধেমাজি কাছাৰী ময়দানত শ শ কাটুন সুৰা জ্বলাই নষ্ট কৰাৰ লগতে দ গাত পুতি প্ৰায় 5 লাখ টকাৰ মুল্যৰ সুৰা আৱকাৰী বিভাগে নষ্ট কৰাৰ কথা অৱগত কৰে ৷
Byte..excise officer

PRADUNYA BHARALI , DHEMAJI , ETV BHARAT , ASSAM , 19/7/2019Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.