ETV Bharat / state

ধেমাজিত পথ সুৰক্ষা সম্পৰ্কীয় সজাগতা সভা

author img

By

Published : May 9, 2019, 8:22 PM IST

জিলা উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙে সভাপতিত্ব কৰা সভাত যান-বাহন আইন মানি নচলিলে কেনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগা হয় তাৰ ওপৰত বিস্তৃতভাৱে আলোকপাত কৰা হয়

ধেমাজিত পথ সুৰক্ষা সম্পৰ্কীয় সজাগতা সভা

ধেমাজি , 9 মে': ধেমাজি জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত বৃহস্পতিবাৰে ধেমাজিৰ কাছাৰী ময়দানত পথ সুৰক্ষা সম্পৰ্কীয় এখন সজাগতা সভা অনুষ্ঠিত হয়। জিলা উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙে সভাপতিত্ব কৰা সভাত যান-বাহন আইন মানি নচলিলে কেনেধৰণৰ ভয়াৱহ দুঘৰ্টনাৰ সন্মুখীন হ'বলগা হয় তাৰ ওপৰতো বিস্তৃতভাৱে আলোকপাত কৰা হয়। ইপিনে জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্য এনেদৰে বিভিন্ন পথ সুৰক্ষা সজাগতা সম্পৰ্কীয় সভা অনুষ্ঠিত কৰাৰ বিষয়ে অৱগত কৰে জিলা পৰিবহণ বিষয়া মইনুৰুদ্দিন আহমেদে৷

ধেমাজিত পথ সুৰক্ষা সম্পৰ্কীয় সজাগতা সভা

এই সভাতেই জিলাখনত যানজঁট নিয়ন্ত্ৰণৰ বাবে কেতবোৰ অত্যাধুনিক সঁজুলি আৰক্ষী বিভাগক প্ৰদান কৰা হয় ৷ ইয়াৰ বিপৰীতে হেলমেট পৰিধান নকৰা প্ৰায় ৭০ গৰাকী লোকক ঘাইপথৰ পৰা আনি কাছাৰী ময়দানৰ সভাৰ চৌহদত আৱদ্ধ কৰি আনুষ্ঠানিকভাৱে হেলমেট প্ৰদান কৰা হয়।

Intro:ধেমাজিত পথ সুৰক্ষা সম্পৰ্কীয় সজাগতা সভা

Body: ধেমাজি , 9 , মে : ধেমাজি জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত বৃহস্পতিবাৰে ধেমাজি কাছাৰী ময়দানত এখন গুৰুত্বপূৰ্ণ পথ সুৰক্ষা সম্পৰ্কীয় সজাগতা সভা অনুষ্ঠিত হয় । জিলা উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙে পুৰোহিত্য কৰা সভাত যান - বাহন আইন মানি নচলিলে কেনে ভয়াবহ দুঘৰ্টনাৰ সন্মুখীন হবলগীয়া হৈছে তাৰ ওপৰত বিস্তৃতভাৱে আলোকপাত কৰে বিশিষ্ট ব্যক্তিসকলে ।
ইপিনে জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্য এনেদৰে বিভিন্ন পথ সজাগতা সম্পৰ্কীয় সভা অনুষ্ঠিত কৰাৰ বিষয়ে অৱগত কৰে জিলা পৰিবহন বিষয়া মইনুৰুদ্দিন আহমেদে

তদুপৰি জিলা উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙে কয় যে যান - বাহন আইন সকলোৱে মানি চলিব ই লাগিব । নিয়ম নমনা মানুহৰ বাবে নিয়ম মনা মানুহো মৃত্যু হব পাৰে । সেয়ে সকলোৱে মানিলেহে সম্ভাব্য বিপদ অথবা দুঘৰ্টনা হ্ৰাস পাব ।
এই সভাতেই জিলাখনত যান জঁট নিয়ন্ত্ৰণৰ বাবে কেতবোৰ অত্যাধুনিক সঁজুলি আৰক্ষী বিভাগক প্ৰদান কৰে । যাৰ জৰিয়তে ন পাৰ্কিং লিখা ঠাইত বাহন ৰাখিলে গৰাকীয়ে ভৰিব লাগিব জৰিমনা ।

ইপিনে লক্ষনীয় ভাৱে আজি হেলমেট পৰিধান বিহীন প্ৰায় ৭০ গৰাকী লোকক ঘাই পথৰ পৰা আনি কাছাৰী ময়দানৰ সভাৰ চৌহদত আৱদ্ধ কৰি আনুষ্ঠানিকভাৱে হেলমেট প্ৰদান কৰা হয় । এইসকলৰ ভিতৰত আছে কেইবাগৰাকী মহিলাও ।

speech...1..DTO

speech..2..DC

Pradunya Bharali , Dhemaji, Assam. 9/5/2019

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.