ETV Bharat / state

সাংবাদিক আক্ৰমণকাৰীক শাস্তিৰ দাবীত ধেমাজিত সাংবাদিকৰ প্ৰতিবাদ - ধেমাজি সাংবাদিক আক্ৰমণ

কৰ্তব্যৰত অৱস্থাতে ধেমাজিৰ চিচিবৰগাঁৱৰ আৰক্ষী চকীৰ ভিতৰতে চিলাপাথাৰ প্ৰেছ ক্লাৱৰ সভাপতি বনমালী মহন্তক দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰিছিল ৷ আজি উক্ত ঘটনাৰ লগত জড়িত দোষীক শাস্তি প্ৰদানৰ দাবীত ধেমাজি প্ৰেছ ক্লাৱ আৰু জিলা সাংবাদিক সংস্থাৰ বিষয়ববীয়াসকলে ধেমাজি আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডীক সাক্ষাৎ কৰে ৷

কৰ্তব্যৰত সাংবাদিকক আক্ৰমণৰ প্ৰতিবাদ ধেমাজি প্ৰেছ ক্লাৱৰ সংবাদকৰ্মীসকলৰ
author img

By

Published : Nov 13, 2019, 7:15 PM IST

ধেমাজি, 13 নৱেম্বৰঃ কৰ্তব্যৰত সাংবাদিকক আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদ ধেমাজি প্ৰেছ ক্লাৱৰ সংবাদকৰ্মীসকলৰ ৷ কৰ্তব্যৰত অৱস্থাতে ধেমাজিৰ চিচিবৰগাঁৱৰ আৰক্ষী চকীৰ ভিতৰতে চিলাপাথাৰ প্ৰেছ ক্লাৱৰ সভাপতি বনমালী মহন্তক দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰিছিল ৷

উল্লেখ্য যে, এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি চিচিবৰগাঁও আৰক্ষী চকীত নিশা এদল লোকে প্ৰতিবাদ কৰি থকাৰ খবৰ লাভ কৰি কৰ্তব্যৰ খাতিৰত থানালৈ গৈছিল চিলাপথাৰ প্ৰেছ ক্লাৱৰ সভাপতি বনমালী মহন্ত ৷ তেনেসময়তে অৰ্তকিতে ১০/১৫ জনীয়া দুষ্কৃতিকাৰীয়ে সাংবাদিকগৰাকীক উপৰ্যুপৰি আক্ৰমণ কৰাত কোনোমতে নিজকে ৰক্ষাৰ কৰাৰ বাবে থানাৰ ভিতৰৰ নিৰ্দিষ্ট আৰক্ষীৰ কোঠাত গৈ আশ্ৰয় গ্ৰহণ কৰে সাংবাদিকগৰাকীয়ে ৷ নিশাৰ ভাগত এগৰাকী কৰ্তব্যৰত সাংবাদিকক আৰক্ষী চকীৰ ভিতৰতে কৰা এই বৰ্বৰ আক্ৰমণক তীব্ৰ গৰিহণা দিছে বিভিন্ন মহলে ৷

সাংবাদিকক আক্ৰমণৰ প্ৰতিবাদ ধেমাজি প্ৰেছ ক্লাৱৰ সংবাদকৰ্মীৰ

আনহাতে, আজি উক্ত ঘটনাৰ লগত জড়িত দোষীক শাস্তি প্ৰদানৰ দাবীত ধেমাজি প্ৰেছ ক্লাৱ আৰু জিলা সাংবাদিক সংস্থাৰ বিষয়ববীয়াসকলে ধেমাজি আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডীক সাক্ষাৎ কৰে ৷ লগতে, আৰক্ষীয়ে তাৎক্ষণিকভাৱে দোষীক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে পৰৱৰ্তী সময়ত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব বুলি মন্তব্য কৰে ধেমাজি প্ৰেছ ক্লাৱৰ সভাপতি প্ৰেমানন্দ তালুকদাৰে ৷

Intro:সাংবাদিক আক্ৰমনকাৰীক দৃষ্টান্তমুলক শাস্তিৰ দাবীত ধেমাজি আৰক্ষী অধীক্ষক দাবী ধেমাজি প্ৰেছ ক্লাৱৰ সংবাদকৰ্মীসকলৰ ৷Body:

ধেমাজি , ১৩ নৱেম্বৰ : কত্তব্যৰ অৱস্থাতে ধেমাজি চিচিবৰগাও আৰক্ষী চকীৰ ভিতৰতে দুস্কৃতিকাৰীৰে চিলাপথাৰ প্ৰেছ ক্লাৱ ৰ সভাপতি বনমালী মহন্তক আক্ৰমন কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে ধেমাজিত ৷ নিশা বব’ৰভাৱে এগৰাকী নিৰীহ সাংবাদিকক আৰক্ষী চকীৰ ভিতৰতেই আক্ৰমন কৰাক লৈ বিভিন্ন মহলে গৰিহনা দিছে ৷

ইপিনে এই দুষ্কাৰ্যত জৰিত সকলো দোষীক উপযুক্ত শাস্তিৰ দাবীত আজি বুধবাৰে ধেমাজি প্ৰেছ ক্লাৱৰ আৰু জিলা সাংবাদিক সংস্থাৰ বিষয় ববীয়াসকলে ধেমাজি আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডীক সাক্ষাৎ কৰি দোষীক উপযুক্ত শাস্তি দিবলৈ দাবী জনাই ৷
ইপিনে আৰক্ষীয়ে তাৎক্ষণিকভাৱে দোষীক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে পৰৱৰ্তী সময়ত তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰিব বুলিও ধেমাজি প্ৰেছ ক্লাৱৰ সভাপতি প্ৰেমানন্দ তালুকদাৰে মন্তব্য কৰে ৷

byte..প্ৰেমানন্দ তালুকদাৰ ৷

pradunya Bharali , Dhemaji , Assam , 13/11/2019Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.