ETV Bharat / state

বৈজ্ঞানিক পদ্ধতিৰে কৃষিকৰ্ম ধেমাজিৰ যুৱকৰ - ধেমাজি

বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰি আদৰ্শ দেখুৱাইছে ধেমাজিৰ জয়ন্ত সোণোৱালে৷ শালিখেতি বৰো ধানৰ খেতিৰে লাভান্বিত কৃষকজন

বৈজ্ঞানিক পদ্ধতিৰে কৃষিকৰ্ম ধেমাজিৰ যুৱকৰ
author img

By

Published : Aug 25, 2019, 2:27 PM IST

ধেমাজি, 25 আগষ্টঃ বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰি আদৰ্শ দেখুৱাইছে ধেমাজিৰ জয়ন্ত সোণোৱালে৷ কেৱল কৃষিকে সাৰথি কৰি জীৱনৰ বাট বুলিছে বানে গৰকা আওহতীয়া অঞ্চলৰ জয়ন্ত সোণোৱালে৷ তেখেতৰ ঘৰ ধেমাজি জিলাৰ বৰদলনি উন্নয়ন খণ্ডৰ অন্তগৰ্ত বৰবিলা ভেবেলী গাঁৱত৷ শিক্ষিত খেতিয়ক সোণোৱালে শেহতীয়াকৈ জিলা কৃষি বিভাগৰ পৰা ৰাজসাহায্যৰে সৌৰ শক্তি চালিত পা্‌ম্পচেট ব্যৱহাৰ কৰি পৰীক্ষামূলকভাৱে বছৰত একেডৰা মাটিতে কেইবাটাও খেতি কৰি লাভৱান হোৱাৰ পৰিকল্পনা কৰিছে৷ ইতিমধ্যে পথাৰত পানী দিয়াৰ অত্যাধুনিক প্ৰযুক্তি স্প্ৰীং কুলাৰ পদ্ধতি ব্যৱহাৰ কৰি খেতি পথাৰত পানী যোগান ধৰিছে৷ কৃষক গৰাকীয়ে জনোৱা মতে তেওঁ দীৰ্ঘদিন ধৰি চৰকাৰী সাহায্যৰ অবিহনেই কৃষি কাম কৰি অহাৰ উপৰিও হাঁহ , কুকুৰা গাহৰি পালন কৰি আত্মনিয়োগ হৈ আহিছে৷ এইবাৰ তেখেতে কৃষি বিভাগৰ এন এফ এচ এম আচঁনিৰ অধীনত ১০০ হেক্টৰ কৃষি ভূমিত উন্নত ৰঞ্জিত ধান sub- 1 কঠীয়া ৰুইছে৷ শালিখেতি পিছতে বৰো ধানৰ খেতি কৰিও যথেষ্ট লাভান্বিত হৈছে বুলি ব্যক্ত কৰে কৃষকজনে৷

বৈজ্ঞানিক পদ্ধতিৰে কৃষিকৰ্ম ধেমাজিৰ যুৱকৰ

কৃষকজনে লগতে কয় যে বানপানী হলেও কৃষকে চৰকাৰী বিভাগৰ পৰা নিজৰ সুবিধা আদায় কৰি নিৰৱ্চ্ছিন্নভাৱে আগবাঢ়িব পাৰে৷ বানপানী শুকুৱা পিছত খেতিত নামিলেও বছৰত কেইবাটাও খেতি কৰি আশানুৰূপ ফল লাভ কৰিবলৈ সক্ষম হোৱা যায়৷ আনহাতে তেখেতে চৰকাৰী কৃষি বিভাগক সমালোচনা কৰিও কয় যে প্ৰতিবছৰে কৃষকলৈ বহু পলমকৈ শস্যৰ কঠীয়া , বীজ , সাৰ আদি আনুষংগিক বস্তুবোৰ যোগান ধৰাৰ বাবে বহু অসুবিধাৰ সন্মুখীন হবলগীয়া হয়৷ মাটি চহ কৰাৰ পিছতো অসহায় হৈ আনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় চহা খেতিয়কে৷

Intro:বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰি আদৰ্শ দেখুৱাইছে ধেমাজিৰ জয়ন্ত সোণোৱালে ৷Body:বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰি আদৰ্শ দেখুৱাইছে ধেমাজিৰ জয়ন্ত সোণোৱালে ৷

ধেমাজি , ২৫ আগষ্ট : কেৱল কৃষিকে সাৰথি কৰি জীৱনৰ বাটত বাট বুলিছে বানে গৰকা আও হতীয়া অঞ্চলৰ এজন লোক ৷ নাম : জয়ন্ত সোণোৱাল ৷ ঘৰ : ধেমাজি জিলাৰ বৰদলনি উন্নয়ন খণ্ডৰ অন্তগৰ্ত বৰবিলা ভেবেলী গাৱত ৷ শিক্ষিত খেতিয়ক সোণোৱালে শেহতীয়াকৈ জিলা কৃষি বিভা গৰ পৰা ৰাজসাহায্যৰে সৌৰ শক্তি চালিত পা্‌ম্পচেট ব্যৱহাৰ কৰি পৰীক্ষামূলকভাৱে এইবাৰ বছৰত একেডৰা মাটিতে কেইবাটাও খেতি কৰি লাভান্বিত হোৱাৰ পৰিকল্পনা কৰিছে ৷ ইতিমধ্যে পথাৰত পানী দিয়াৰ অত্যাধুনিক প্ৰযুক্তি স্প্ৰীং কুলাৰ পদ্ধতি ব্যৱহাৰ কৰি খেতি পথাৰত পানী যোগান ধৰিছে ৷ কৃষক গৰাকীয়ে জনোৱা মতে তেওঁ দীঘ’দিন ধৰি চৰকাৰী সাহায’ৰ অবিহনেই কৃষি কম’ কৰি অহাৰ উপৰিও হাঁহ , কুকুৰা গাহৰি পালন কৰি আত্মনিয়োগ হৈ আহিছে ৷ কিন্তু এইবাৰ পৰীক্ষামূলকভাৱে আধুনিক প্ৰযুক্তিৰ সহায়ত কৃষি কম’ কৰিবলৈ আগবাঢ়িছে ৷ এইবাৰ কৃষি বিভাগৰ NFSM আচঁনিৰ অধীনত ১০০ হেক্টৰ কৃষি ভূমিত উন্নত ৰঞ্জিত ধান sub- 1 কঠীয়া ৰুইছে ৷ ইতিমধ্য শাৰী শাৰী কৈ ৰোৱা কঠীয়া সজাঁল ধৰি সেউজীয়া হৈ পৰিছে সমগ্ৰ পথাৰখন ৷ কূষকজনে শালিখেতি পিছতে বৰো ধানৰ খেতি কৰিও যথেষ্ট লাভান্বিত হৈছে বুলি ব্যক্ত কৰে ৷
লগতে অন্যান্য কৃষকলৈ আহ্‌বান বানপানী হলেও কৃষকে চৰকাৰী বিভাগৰ পৰা নিজৰ সুবিধা আদায় কৰি নিৰৱ্চ্ছিন্নভাৱে আগবাঢ়িব পাৰে ৷ বানপানী শুকুৱা পিছত খেতিত নামিলেও বছৰত কেইবাটাও খেতি কৰি আশানুৰূপ ফল লাভ কৰিবলৈ সক্ষম হব ৷
Conclusion:
আনহাতে চৰকাৰী কৃষি বিভাগক সমালোচনা কৰি কয় যে
প্ৰতিবছৰে কৃষকলৈ বহু পলমকৈ শস্যৰ কঠীয়া , বীজ , সাৰ আদি আনুসাংগিক বস্তুবোৰ যোগান ধৰা বাবে অসুবিধা ৰ সন্মশখীন হবলগীয়া হয় ৷ মাটি চহ কৰাৰ পিছতো অসহায় হৈ আনক ওপৰত নিভ’ৰ কৰিবলগীয়া হয় চহা খেতিয়কে ৷

্‌byte..farmer

Pradunya Bharali ,Dhemaji , Assam ,25/8/2019
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.