ETV Bharat / state

দিহিং পাটকাইত কয়লাৰ মুক্ত খননঃ ধেমাজি জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ

author img

By

Published : May 22, 2020, 8:31 PM IST

ধেমাজি জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰাগ বৰগোহাঁইয়ে কয় যে, চৰকাৰে পুঁজিপতি গোষ্ঠীৰ স্বাৰ্থত যদি দিহিং পাটকাইৰ বুকুত কয়লা খননৰ সিদ্ধান্ত বাতিল নকৰে তেন্তে বিভিন্ন প্ৰকাৰৰ দুষ্প্ৰাপ্য জীৱকুলৰ প্ৰতি তীব্ৰ ভাবুকি নামি আহিব ।

Dhemaji district Studant Union protest against Dehing Patkai coal mining
দিহিং পাটকাইত কয়লাৰ মুক্ত খননঃ ধেমাজি জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ধেমাজি,22 মেঃ দিহিং পাটকাইত কয়লাৰ মুক্ত খননৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ ধেমাজি জিলা ছাত্ৰ সন্থাৰ । শুকুৰবাৰে ধেমাজিৰ তেতলীজানত ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাই হাতে হাতে ফ্লেগ লৈ প্ৰতিবাদ সাব্যস্ত কৰে ।

দিহিং পাটকাইত কয়লাৰ মুক্ত খননৰ প্ৰতিবাদ ধেমাজি জিলা ছাত্ৰ সন্থাৰ

ধেমাজি জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰাগ বৰগোহাঁইয়ে কয় যে, চৰকাৰে পুঁজিপতি গোষ্ঠীৰ স্বাৰ্থত যদি দিহিং পাটকাইৰ বুকুত কয়লা খননৰ সিদ্ধান্ত বাতিল নকৰে তেন্তে বিভিন্ন প্ৰকাৰৰ দুষ্প্ৰাপ্য জীৱকুলৰ প্ৰতি তীব্ৰ ভাবুকি নামি আহিব । ইয়াৰ উপৰিও চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰোধীতা কৰে ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ভূপেন দিহিঙীয়া , সাধাৰণ সম্পাদক কৰুণ জ্যোতি চেতিয়াই ।

Dhemaji district Studant Union protest against Dehing Patkai coal mining
ধেমাজি জিলা ছাত্ৰ সন্থাৰ প্ৰেছ বিবৃতি

লগতে পঢ়ক- কানৈ মহাবিদ্যালয়ৰ কোৱাৰেন্টাইন কেন্দ্ৰত মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.