ETV Bharat / state

লক্ ডাউন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ ধেমাজি জিলা প্ৰশাসন - dhemaji news

ধেমাজি জিলা প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে লক্ ডাউন উলংঘাকাৰীৰ বিৰুদ্ধে ৷ কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে দেশজুৰি চলি থকা লক্ ডাউনৰ সময়ত নিৰ্দেশনা উলংঘা কৰা সকলক শাস্তি প্ৰদান কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ধেমাজি জিলাৰ উপায়ুক্তই ৷

dhemaji district administration become strict on lock down

author img

By

Published : Apr 9, 2020, 8:24 PM IST

ধেমাজি, 9 এপ্ৰিল : সমগ্ৰ বিশ্বতে মহামাৰী ৰূপ ধাৰণ কৰা কৰ'ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীয়ে 21 দিনীয়া লক্ ডাউন ঘোষণা কৰিছিল ৷ সমগ্ৰ দেশতে কাৰ্যকৰী হৈছে এই লক্ ডাউন ৷ কিন্তু লক্ ডাউনৰ মাজতো একাংশই এই নীতি ভংগ কৰাত আৰক্ষী প্ৰশাসনে কঠোৰ ব্যৱস্থা ল'বলৈ বাধ্য হৈছে ৷

লক্ ডাউন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ ধেমাজি জিলা প্ৰশাসন
ধেমাজি জিলাতো লক্ ডাউন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে প্ৰশাসনে । বৃহস্পতিবাৰে ধেমাজি নগৰৰ লিলি চিনেমা হল আৰু দৈনিক বজাৰৰ সন্মুখত পুৱাৰ পৰাই বিভিন্ন আৰোহীৰ ওপৰত কঠোৰ হৈ পৰা পৰিলক্ষিত হয় আৰক্ষী । এফালে চেনিটাইজেচন কৰি বিভিন্ন ৰাজহুৱা স্থান বীজাণুমুক্ত কৰাৰ সমান্তৰালভাৱে লক্ ডাউন উলংঘাকাৰীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছে । ধেমাজি জিলাৰ উপায়ুক্ত , অতিৰিক্ত উপায়ুক্ত উপস্থিত থাকি সকলো পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ লগতে ৰাইজক সজাগ হ'বলৈ আহ্বান জনায় ৷

লগতে পঢ়ক : কৰ’ণা ভাইৰাছৰ ফলত আৰোপ কৰা লকডাউনে শিক্ষাৰ্থীৰ মাজত বৃদ্ধি কৰিছে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.