ETV Bharat / state

আৰম্ভ হ'ল ধেমাজি গ্ৰন্থ উৎসৱ 2021

author img

By

Published : Jan 19, 2021, 11:31 AM IST

আৰম্ভ হ'ল ২০২১বৰ্ষৰ ধেমাজি গ্ৰন্থ উৎসৱ ৷ সাতদিনীয়াকৈ অনুষ্ঠিত হোৱা ধেমাজি গ্ৰন্থ উৎসৱ ২০২১ত প্ৰায় 40খনতকৈও অধিক বিপণীয়ে অংশ লৈছে ৷

Dhemaji bookfair 2021
আৰম্ভ হ'ল ধেমাজি গ্ৰন্থ উৎসৱ 2021

ধেমাজি,19জানুৱাৰী: আৰম্ভ হ'ল ২০২১বৰ্ষৰ ধেমাজি গ্ৰন্থ উৎসৱ ৷ সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত তথা ধেমাজি জিলা প্ৰশাসন আৰু ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত ধেমাজিৰ ডি আৰ ডি এ প্ৰাংগনত 7দিনীয়াকৈ অনুষ্ঠিত হৈছে এই গ্ৰন্থ উৎসৱ ৷ সোমবাৰে গ্ৰন্থ উৎসৱৰ দ্বাৰ মুকলি কৰে ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ড0 দিপক কুমাৰ নেওগে ৷ তদুপৰি স্মৃতি তৰ্পন কৰে সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক কল্যান গগৈয়ে ৷

আৰম্ভ হ'ল ধেমাজি গ্ৰন্থ উৎসৱ 2021

আনহাতে,সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা উদ্বোধনী সভাত ধেমাজি গ্ৰন্থ উৎসৱ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ধেমাজি জিলা প্ৰাথমিক শিক্ষা বিষয়া কবিতা ডেকাই ৷ ইপিনে,সাতদিনীয়াকৈ অনুষ্ঠিত হোৱা ধেমাজি গ্ৰন্থ উৎসৱ ২০২১ ত প্ৰায় 40খনতকৈও অধিক বিপণীয়ে অংশ লৈছে ৷

Dhemaji bookfair 2021
আৰম্ভ হ'ল ধেমাজি গ্ৰন্থ উৎসৱ 2021

লগতে পঢ়কঃ অৰুণাচল প্ৰদেশৰ বিবাদিত ভূমিত চীনৰ গাঁও নিৰ্মাণক লৈ সৰৱ কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.