ETV Bharat / state

স্বয়ংক্ৰিয়ভাৱে ধেমাজিত দ খাৱৈত পৰিল বাছ - dhemaji

ডিব্ৰুগড়ৰ পৰা মাজুলীলৈ গৈ থকা অৱস্থাত যাত্ৰীসকলে গাড়ী ৰখাই চাহখাই থকাৰ সময়তে গাড়ীখন ৰৈ থকাৰ পৰা স্বয়ংক্ৰিয়ভাৱে গৈ দ খাৱৈত বাগৰি পৰে

স্বয়ংক্ৰিয়ভাৱে ধেমাজিত দ খাৱৈত পৰিল বাছ
author img

By

Published : Nov 16, 2019, 2:46 PM IST

ধেমাজি , ১৬ নৱেম্বৰ : ধেমাজি নগৰৰ সমীপৰ ভৰালীচুকত শনিবাৰে দুৰ্ঘটনাত পতিত হয় এখন ASTC বাছ ৷ বাছখনে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰে যদিও দৈৱক্ৰমে প্ৰাণৰক্ষা পৰে যাত্ৰীসকলৰ ৷

অসম চৰকাৰৰ ধৰ্মজ্যোতি আচঁনিৰ জৰিয়তে ডিব্ৰুগড়ৰ পৰা মাজুলীলৈ অহা AS/20/1430 নম্বৰ ASTC বাছখনে কঢ়িয়াই আনিছিল ৩৫ গৰাকী যাত্ৰী ৷

স্বয়ংক্ৰিয়ভাৱে ধেমাজিত দ খাৱৈত পৰিল বাছ

উল্লেখ্য যে, ডিব্ৰুগড়ৰ পৰা মাজুলীলৈ গৈ থকা অৱস্থাত যাত্ৰীসকলে গাড়ী ৰখাই চাহখাই থকাৰ সময়তে গাড়ীখন ৰৈ থকাৰ পৰা স্বয়ংক্ৰিয়ভাৱে গৈ দ খাৱৈত বাগৰি পৰে ৷ মুহুৰ্ততে কেনেকৈ কি বিজুতি ঘটি বাছখন দ খাৱৈত বাগৰি পৰিল সেয়া তলকিবই নোৱাৰা বুলি মন্তব্য কৰে যাত্ৰীসকলে ৷

Intro:ধেমাজিত দ খাৱৈত পৰিল অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ ৷দৈৱক্ৰমে প্ৰান ৰক্ষা ৩৫ যাত্ৰীBody: ৷

ধেমাজি , ১৬ নৱেম্বৰ : ধেমাজি নগৰৰ সমীপৰ ভৰালীচুকত শনিবাৰে দুঘ’টনাত পতিত হয় এখন ASTC বাছ ৷ বাছখনে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰে যদিও দৈৱক্ৰমে প্ৰাণৰক্ষা পৰে যাত্ৰীসকলৰ ৷
উল্লেখ্য যে অসম চৰকাৰৰ ধম’জ্যোতি আচঁনিৰ জৰিয়তে ডিব্ৰুগড়ৰ পৰা মাজুলীলৈ অহা AS/20/1430 নম্বৰ ASTC বাচখনে কঢ়িয়াই আনিছিল ৩৫ গৰাকী যাত্ৰী ৷
এই ঘটনাত কিংকৰ্তব্যবিমূঢ় গাড়ী পৰিচালক আৰু যাত্ৰীসকল ৷গাড়ী পৰিচালক আৰু যাত্ৰীসকলে জানিব দিয়া মতে - যাত্ৰীসকলে চাহখাই থকাৰ সময়তে গাড়ীখন ৰৈ থকাৰ পৰা স্বয়ংক্ৰিয়ভাৱে দ খাৱৈত বাগৰি পৰে ৷ মুহুত’তে কেনেকৈ কি বিজুতি ঘটি সংঘটিত হল তলকিবই নোৱাৰিলে ৷ ইয়াৰ পিছতেই যাত্ৰীসকলৰ মাজত হুৱাদুৱা লাগে ৷

BYTE...driver .

PRADUNYA BHARALI , DHEMAJI , ASSAM. 16/11/2019Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.