ধেমাজি, 7 ছেপ্তেম্বৰ : অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে জিলাখনৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত শনিবাৰে ধেমাজি কাছাৰী ময়দানৰ সন্মুখত গণ অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰে ৷ শতাধিক পুৰুষ মহিলা প্ৰতিবাদীয়ে বিভিন্ন চৰকাৰ বিৰোধী শ্ন'গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ৷ গণ অৱস্থান কাৰ্যসূচীৰ জৰিয়তে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰা, গাই নদী সম্পূৰ্ণ ৰূপে খনন কৰি দুয়োপাৰৰ মথাউৰিসমুহ বৈজ্ঞানিক পদ্ধতিৰে নিৰ্মাণ কৰা, ধেমাজি ৰাজহচক্ৰ বিষয়া কাযালয়ত সংঘটিত ভূমি কেলেংকাৰীৰ চি বি আই তদন্ত কৰা, মাটি পট্টা বিছাৰি আবেদন জনোৱা তিনিশ গৰাকী দৰিদ্ৰ কৃষকক বিনাচৰ্তে পট্টা প্ৰদানৰ ব্যৱস্থা কৰা, মাটি খাজনা আৰু স্থানীয় কৰ অতি শীঘ্ৰে হ্ৰাস কৰা আদি ৷ এই দাবীসমূহ উত্থাপন কৰি ধেমাজি জিলা উপায়ুক্তৰ জৰিয়তে, অসমৰ মুখ্যমন্ত্ৰী, জলসম্পদ মন্ত্ৰী আৰু ৰাজহ মন্ত্ৰীলৈ পৃথকে পৃথকে স্মাৰকপত্ৰ প্ৰেৰন কৰে সংগঠনটোৱে ৷ গণ অৱস্থান কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল কুমাৰ চুতীয়াৰ লগতে উপস্থিত থাকে জিলা সমিতিৰ সভাপতি মৃদল সন্দিকৈ আৰু সম্পাদক ত্ৰৈলোক্য তামুলী ৷
ধেমাজিত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ গণ অৱস্থান - গণ অৱস্থান
ধেমাজি জিলাৰ বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত ধেমাজি কাছাৰী ময়দানৰ সন্মুখত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ গণ অৱস্থান ৷
ধেমাজি, 7 ছেপ্তেম্বৰ : অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে জিলাখনৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত শনিবাৰে ধেমাজি কাছাৰী ময়দানৰ সন্মুখত গণ অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰে ৷ শতাধিক পুৰুষ মহিলা প্ৰতিবাদীয়ে বিভিন্ন চৰকাৰ বিৰোধী শ্ন'গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ৷ গণ অৱস্থান কাৰ্যসূচীৰ জৰিয়তে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰা, গাই নদী সম্পূৰ্ণ ৰূপে খনন কৰি দুয়োপাৰৰ মথাউৰিসমুহ বৈজ্ঞানিক পদ্ধতিৰে নিৰ্মাণ কৰা, ধেমাজি ৰাজহচক্ৰ বিষয়া কাযালয়ত সংঘটিত ভূমি কেলেংকাৰীৰ চি বি আই তদন্ত কৰা, মাটি পট্টা বিছাৰি আবেদন জনোৱা তিনিশ গৰাকী দৰিদ্ৰ কৃষকক বিনাচৰ্তে পট্টা প্ৰদানৰ ব্যৱস্থা কৰা, মাটি খাজনা আৰু স্থানীয় কৰ অতি শীঘ্ৰে হ্ৰাস কৰা আদি ৷ এই দাবীসমূহ উত্থাপন কৰি ধেমাজি জিলা উপায়ুক্তৰ জৰিয়তে, অসমৰ মুখ্যমন্ত্ৰী, জলসম্পদ মন্ত্ৰী আৰু ৰাজহ মন্ত্ৰীলৈ পৃথকে পৃথকে স্মাৰকপত্ৰ প্ৰেৰন কৰে সংগঠনটোৱে ৷ গণ অৱস্থান কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল কুমাৰ চুতীয়াৰ লগতে উপস্থিত থাকে জিলা সমিতিৰ সভাপতি মৃদল সন্দিকৈ আৰু সম্পাদক ত্ৰৈলোক্য তামুলী ৷
ধেমাজি , ৭ চেপ্তেম্বৰ : অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে জিলাখনৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত শনিবাৰে ধেমাজি কাছাৰী ময়দানৰ সন্মুখত গণ অৱস্থান কায’সূচী ৰূপায়ণ কৰে শতাধিক পুৰুষ মহিলা প্ৰতিবাদীয়ে বিভিন্ন চৰকাৰ বিৰোধী শ্নগানেৰে উত্তা ল কৰি তোলে ৷ তেওঁলোকৰ দাৱী নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰা , গাই নদী সম্পূৰ্ণ ৰূপে খনন কৰি দুয়োপাৰৰ মথাউৰিসমুহ বৈজ্ঞানিক পদ্ধতিৰে নিৰ্মাণ কৰি জনসাধাৰণৰ জীৱন নিৰাপত্তা সুনিশ্চিত কৰা , ধেমাজি ৰাজহচক্ৰ বিষয়া কাযালয়ত সংঘটিত ভূমি কেলেংকাৰী চি বি আই তদন্ত কৰা , মাটি পটা বিছাৰি আবেদন জনোৱা তিনিশ গৰাকী দৰিদ্ৰ কৃষকক বিনাচৰ্তে পটা প্ৰদানৰ ব্যৱস্থা কৰা , মাটি খাজনা আৰু স্থানীয় কৰ অতি শীঘ্ৰে হ্ৰাস কৰাৰ দাবী উত্থাপন কৰি ধেমাজি জিলা উপায়ুক্তৰ জৰিয়তে ,অসমৰ মুখ্যমন্ত্ৰী , জলসম্পদ মন্ত্ৰী আৰু ৰাজহ মন্ত্ৰীলৈ পৃথকে পৃথকে স্মাৰকপত্ৰ প্ৰেৰন কৰে ৷ গন অৱস্থান কায’সুচীত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল কুমাৰ চুতীয়া , জিলা সমিতিৰ সভাপতি মৃদল সন্দিকৈ , সম্পাদক ত্ৰলোক্য তামুলী উপস্থিত থাকে ৷
Pradunya Bharali , Dhemaji , Assam , 7/9/2019
N.B। যুৱ ছাত্ৰ নহয় ,অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতি হব ৷Conclusion: