ETV Bharat / state

ধেমাজিত মাঘ বিহু পালন দেউৰী জনগোষ্ঠীৰ - বৃহস্পতিবাৰে মেজি জ্বলাই দেউৰী 'মাঘিয় বিচু' বা মাঘ বিহু পালন

পৰম্পৰাগতভাৱে মেজি জ্বলাই দেউৰী জনগোষ্ঠীৰ লোকে পালন কৰিলে মাঘ বিহু ৷ মাঘ মাহৰ পহিলা সপ্তাহৰ বুধবাৰে পৰম্পৰাগতভাৱে উৰুকা পালন কৰি বৃহস্পতিবাৰে মেজি জ্বলাই দেউৰী 'মাঘিয় বিচু' বা মাঘ বিহু পালন ।

ধেমাজিত মাঘ বিহু পালন দেউৰী জনগোষ্ঠীৰ
ধেমাজিত মাঘ বিহু পালন দেউৰী জনগোষ্ঠীৰ
author img

By

Published : Jan 21, 2021, 9:23 PM IST

ধেমাজি, ২১ জানুৱাৰী: ধেমাজি জিলাৰ বৰদলনি দেউৰী অধ্যুষিত গাঁৱত বুধবাৰৰ পৰা উৎসৱমুখৰ পৰিৱেশ । অসমৰ অন্যতম ভূমিপুত্ৰ দেউৰী জনগোষ্ঠীটোৱে মাঘ মাহৰ পহিলা সপ্তাহৰ বুধবাৰে পৰম্পৰাগতভাৱে উৰুকা পালন কৰি বৃহস্পতিবাৰে মেজি জ্বলাই দেউৰী 'মাঘিয় বিচু' বা মাঘ বিহু পালন কৰে ৷

জনগোষ্ঠীটোৰ লোকে জানিবলৈ দিয়া মতে, দেউৰী সমাজ পৰম্পৰা অনুসৰি বছৰৰ বা মাহৰ প্ৰথমটো 'বুধবাৰে' উৎসৱ-পাৰ্বন আৰম্ভ কৰে । এই অনুসৰি দেউৰী অধ্যুষিত অঞ্চলৰ লোকসকলে বুধবাৰে উৰুকা নিশা হিচাপে পালন কৰি ভেলাঘৰৰ তলত আনন্দ উল্লাসৰ মাজেৰে ভোজ-ভাত খাই বৃহস্পতিবাৰে পুৱতি নিশা মেজি জ্বলাই ।

ধেমাজিত মাঘ বিহু পালন দেউৰী জনগোষ্ঠীৰ

মেজি জ্বলোৱা সময়ত গাঁৱৰ নৱ দম্পতী আৰু পৰীক্ষাৰ্থীসকলে আশীষ বিচাৰি শৰাই, কুকুৰা আদি নৈবদ্য হিচাপে আগবঢ়ায় ৷ তাৰপাছত ঘৰে ঘৰে পৰম্পৰাগত ভাৱে মৃতকৰ জল পিণ্ড প্ৰদান কৰে ।

লগতে পঢ়ক:বিধানসভা নিৰ্বাচনঃ ফেব্ৰুৱাৰীত আসনৰ ভাগ-বটোৱাৰা বিজেপি-অগপৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.