জোনাই, 22 মে’: খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা বন্যপ্ৰাণী এতিয়া মানুহৰ ঘৰৰ গোহালিয়ে গোহালিয়ে ৷ একাংশ প্ৰকৃতি প্ৰেমীয়ে অৱশ্যে নিৰাপত্তা দি উদ্ধাৰ কৰি আহিছে বন্যপ্ৰাণীসমূহক ৷ বুধবাৰে ধেমাজি জিলাৰ জোনাইৰ কবু চাপৰিত পুৱা প্ৰায় ৮ বজাত এটা আহত শৰপহু উদ্ধাৰ কৰা হয় ৷ পহুটো হত্যাৰ চেষ্টা চলাইছিল একাংশ অসাধু লোকে৷ নদীৰ পানীত আহত অৱস্থাত উটি আহিছিল অসহায় পহুটো ৷ পিছে তাৰে মাজৰে একাংশ লোকে পহুটোক উদ্ধাৰ কৰি জোনাই আঞ্চলিক বন বিভাগক চমজাই দিয়ে ৷ পহুটো জোনাইৰ পহু চিকিৎসকৰ জৰিয়তে বন বিভাগে চিকিৎসা কৰি বৰ্তমান পবা বনাঞ্চলৰ কাষৰে লেকু খণ্ড বন কাৰ্যালয়ত ৰখাৰ ব্যৱস্থা কৰিছে ৷ উন্নত চিকিৎসাৰ কাৰণে জোনাই বন বিভাগে বিশ্বনাথ চাৰিআলিস্থিত বন বিভাগৰ উন্নত চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে ৷
জোনাইৰ কবুত শৰ পহু উদ্ধাৰ - শৰ পহু
পহুটো হত্যাৰ চেষ্টা চলাইছিল একাংশ অসাধু লোকে৷ নদীৰ পানীত আহত অৱস্থাত উটি আহিছিল অসহায় পহুটো ৷ পিছে তাৰে মাজৰে একাংশ লোকে পহুটোক উদ্ধাৰ কৰি জোনাই আঞ্চলিক বন বিভাগক চমজাই দিয়ে ৷
![জোনাইৰ কবুত শৰ পহু উদ্ধাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3355831-thumbnail-3x2-deer.jpeg?imwidth=3840)
জোনাই, 22 মে’: খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা বন্যপ্ৰাণী এতিয়া মানুহৰ ঘৰৰ গোহালিয়ে গোহালিয়ে ৷ একাংশ প্ৰকৃতি প্ৰেমীয়ে অৱশ্যে নিৰাপত্তা দি উদ্ধাৰ কৰি আহিছে বন্যপ্ৰাণীসমূহক ৷ বুধবাৰে ধেমাজি জিলাৰ জোনাইৰ কবু চাপৰিত পুৱা প্ৰায় ৮ বজাত এটা আহত শৰপহু উদ্ধাৰ কৰা হয় ৷ পহুটো হত্যাৰ চেষ্টা চলাইছিল একাংশ অসাধু লোকে৷ নদীৰ পানীত আহত অৱস্থাত উটি আহিছিল অসহায় পহুটো ৷ পিছে তাৰে মাজৰে একাংশ লোকে পহুটোক উদ্ধাৰ কৰি জোনাই আঞ্চলিক বন বিভাগক চমজাই দিয়ে ৷ পহুটো জোনাইৰ পহু চিকিৎসকৰ জৰিয়তে বন বিভাগে চিকিৎসা কৰি বৰ্তমান পবা বনাঞ্চলৰ কাষৰে লেকু খণ্ড বন কাৰ্যালয়ত ৰখাৰ ব্যৱস্থা কৰিছে ৷ উন্নত চিকিৎসাৰ কাৰণে জোনাই বন বিভাগে বিশ্বনাথ চাৰিআলিস্থিত বন বিভাগৰ উন্নত চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে ৷
খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা বন্যপ্ৰাণী এতিয়া মানুহৰ ঘৰৰ গোহালিয়ে গোহালিয়ে ৷ একাংশ প্ৰকৃকি প্ৰেমীয়ে অৱশ্যে নিৰাপত্তা দি উদ্ধাৰ কৰি আহিছে বন্যপ্ৰাণীসমুহক ৷ আজি ধেমাজি জিলাৰ জোনাইৰ কবু চাপৰিত পূৱা প্ৰায় ৮ বজাত এটা আহত হৰ পহু উদ্ধাৰ কৰা হয় , পহুটো হত্যাৰ চেষ্টা চলাইছিল একাংশ স্থানীয় অসাধু লোকে, নদীৰ পানীত উঠি অহা অৱস্থাত অসহায় বন্যপ্ৰাণীটোক ৷ পিছে তাৰে মাজৰে প্ৰকৃতিক ভালপোৱা ৰাইজে পহুটোক উদ্ধাৰ কৰি জোনাই আঞ্চলিক বন বিভাগক চমজাই দিয়ে ৷ আজি জোনাইত আঞ্চলিক বন কাৰ্যালয়ৰ অধীনৰ কবু চাপৰিত চিয়াং নদীৰ পানীত উটি অহা অক্ষ্যত অৱস্থাত উদ্ধাৰ কৰা হয় এটা দিকভ্ৰান্ত হৰ পহু ৷ পাছত হৰ পহুটো জোনাইৰ পহু চিকিৎসকৰ জৰিয়তে বন বিভাগে চিকিৎসা কৰি বৰ্তমান পবা বনাঞ্চলৰ কাষৰে লেকু খণ্ড বন কাৰ্যালয়ত ৰখাৰ ব্যৱস্থা কৰিছে l উন্নত চিকিৎসাৰ কাৰণে জোনাই বন বিভাগে বিশ্বনাথ চাৰিআলিস্থিত বন বিভাগৰ উন্নত চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে ৷মন কৰিবলগীয়া বিষয়টো এয়ে যে বিভিন্ন সময়ত বন্যপ্ৰাণীবোৰ জীৱন সুৰক্ষাৰ বাবেই হওঁক বা খাদ্য সন্ধানৰ বাবেই জনাঞ্চললৈ প্ৰৱেশ কৰে যদিও জীৱশ্ৰেষ্ঠ মানুহে হত্যা কৰি ভক্ষন কৰাৰ তথ্য পোহৰলৈ আহি থকাৰ সময়তে কবু চাপৰিত স্থানীয় লোকে বন বিভাগক অৱগত কৰাই এক সুন্দৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে৷ এনে আদৰ্শ সঁচাকৈয়ে প্ৰশংসনীয়৷জোনাইৰ কবুত হৰ পহু উদ্ধাৰ
খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা বন্যপ্ৰাণী এতিয়া মানুহৰ ঘৰৰ গোহালিয়ে গোহালিয়ে ৷ একাংশ প্ৰকৃকি প্ৰেমীয়ে অৱশ্যে নিৰাপত্তা দি উদ্ধাৰ কৰি আহিছে বন্যপ্ৰাণীসমুহক ৷ আজি ধেমাজি জিলাৰ জোনাইৰ কবু চাপৰিত পূৱা প্ৰায় ৮ বজাত এটা আহত হৰ পহু উদ্ধাৰ কৰা হয় , পহুটো হত্যাৰ চেষ্টা চলাইছিল একাংশ স্থানীয় অসাধু লোকে, নদীৰ পানীত উঠি অহা অৱস্থাত অসহায় বন্যপ্ৰাণীটোক ৷ পিছে তাৰে মাজৰে প্ৰকৃতিক ভালপোৱা ৰাইজে পহুটোক উদ্ধাৰ কৰি জোনাই আঞ্চলিক বন বিভাগক চমজাই দিয়ে ৷ আজি জোনাইত আঞ্চলিক বন কাৰ্যালয়ৰ অধীনৰ কবু চাপৰিত চিয়াং নদীৰ পানীত উটি অহা অক্ষ্যত অৱস্থাত উদ্ধাৰ কৰা হয় এটা দিকভ্ৰান্ত হৰ পহু ৷ পাছত হৰ পহুটো জোনাইৰ পহু চিকিৎসকৰ জৰিয়তে বন বিভাগে চিকিৎসা কৰি বৰ্তমান পবা বনাঞ্চলৰ কাষৰে লেকু খণ্ড বন কাৰ্যালয়ত ৰখাৰ ব্যৱস্থা কৰিছে l উন্নত চিকিৎসাৰ কাৰণে জোনাই বন বিভাগে বিশ্বনাথ চাৰিআলিস্থিত বন বিভাগৰ উন্নত চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে ৷মন কৰিবলগীয়া বিষয়টো এয়ে যে বিভিন্ন সময়ত বন্যপ্ৰাণীবোৰ জীৱন সুৰক্ষাৰ বাবেই হওঁক বা খাদ্য সন্ধানৰ বাবেই জনাঞ্চললৈ প্ৰৱেশ কৰে যদিও জীৱশ্ৰেষ্ঠ মানুহে হত্যা কৰি ভক্ষন কৰাৰ তথ্য পোহৰলৈ আহি থকাৰ সময়তে কবু চাপৰিত স্থানীয় লোকে বন বিভাগক অৱগত কৰাই এক সুন্দৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে৷ এনে আদৰ্শ সঁচাকৈয়ে প্ৰশংসনীয়৷Conclusion: