ETV Bharat / state

ধেমাজিত দুগ্ধ প্ৰকল্প নিৰ্মাণৰ নামত দুৰ্নীতি

author img

By

Published : Jul 26, 2019, 11:19 PM IST

ধেমাজি সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ । দুগ্ধ প্ৰকল্প নিৰ্মাণৰ নামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ । পচন্দৰ ঠিকাদাৰক কাম গতাই দি সমস্ত পূঁজিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ সংগঠনটোৰ

ধেমাজিত দুগ্ধ প্ৰকল্প নিৰ্মাণৰ নামত দুৰ্নীতি

ধেমাজি, 26 জুলাই : ধেমাজিত কোটি টকীয়া দুগ্ধ প্ৰকল্প নিৰ্মাণৰ নামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ । ধেমাজি সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ । দুগ্ধ উন্নয়ন বিভাগৰ সঞ্চালক ধৰণীধৰ ডেকা আৰু কনিষ্ঠ অভিযন্তাৰ ছত্ৰ-ছায়াত ধেমাজিত নিৰ্মাণ কৰিবলৈ লোৱা প্ৰকল্পটোৰ কাম তেওঁলোৰ পচন্দৰ ঠিকাদাৰক গতাই দি সমস্ত পূঁজিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ সংগঠনটোৰ । শুক্ৰবাৰে ধেমাজি প্ৰেছ ক্লাৱত এখন সংবাদমেল আয়োজন কৰি এই কথা প্ৰকাশ কৰিলে সংগঠনটোৱে । সংগঠনটোৱে আৰু অভিযোগ কৰা মতে কেইবছৰমান পূৰ্বে ধেমাজিত CMS SPECIAL PACKAGE ৰ অধীনত 5 হাজাৰ LPD DAIRY PLANT নিৰ্মাণৰ নামত 203.16 কোটি টকীয়া এটা প্ৰকল্প অনুমোদন হৈছিল । আৰু তাতেই দীৰ্ঘদিন ধৰি দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ ।

Intro:ধেমাজিত কোটি টকীয়া দুগ্ধ প্ৰকল্প নিৰ্মাণৰ নামত দুৰ্নীতি । এজাহাৰ দাখিল দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ ।

Body:ধেমাজিত কোটি টকীয়া দুগ্ধ প্ৰকল্প নিৰ্মাণৰ নামত দুৰ্নীতি । এজাহাৰ দাখিল দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ ।

ধেমাজি , 26 , জুলাই : ধেমাজিত দুগ্ধ প্ৰকল্প নিৰ্মাণৰ নামত ব্যাপক জালিয়াতি সঘটিত কৰিছে ৰাজ্যৰ দুগ্ধ উন্নয়ন বিভাগে । একমাত্ৰ লুণ্ঠনৰ স্বাৰ্থতেই দুগ্ধ উন্নয়ন বিভাগৰ সঞ্চালক ধৰণীধৰ ডেকা আৰু কনিষ্ঠ অভিযন্তাৰ ছত্ৰ ছায়াত ধেমাজিত নিৰ্মান কৰিবলৈ লোৱা প্ৰকল্পটোৰ কাম তেওঁলোৰ পচন্দৰ ঠিকাদাৰক গতাই দি সমস্ত পূঁজিৰ ধন আত্মসাৎ কৰিলে । এই অভিযোগ দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ । শুক্ৰবাৰে ধেমাজি প্ৰছ ক্লাবত এখন সংবাদমেল আয়োজন কৰি এই কথা প্ৰকাশ কৰিলে সংগঠনটোৱে । সংগঠনটোৰে আৰু অভিযোগ কৰা মতে কেইবছৰমান পূৰ্বে ধেমাজিত CMS SPECIAL PACKAGE ৰ অধীনত 5000 LPD DAIRY PLANT নিৰ্মাণৰ নামত 203.16 কোটি টকীয়া এটা প্ৰকল্প অনুমোদন হৈছিল । কিন্তু আশ্চৰ্যজকভাৱে মাত্ৰ দেৱাল নিৰ্মাণ ,, পথ নিৰ্মান আৰু বিদ্যুত সংযোগ আৰু আনুসংগিক কাম কৰা দেখুৱাই প্ৰথম কিস্তিত প্ৰদান কৰা 59.19 ধন উদৰস্থ কৰে সংশ্লিষ্ট বিষয়া , অভিযন্তা আৰু ঠিকাদাৰে ।

Conclusion:
ইতিমধ্যে এই সমস্ত দুৰ্নীতি তথা জালিয়াতিৰ সম্পৰ্কত সংবাদ মেলৰ পূৰ্বে শুক্ৰবাৰেই ধেমাজি সদৰ আৰক্ষী থানাত দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ হৈ সভাপতি ধৰ্মকান্ত গগৈয়ে এজাহাৰ দাখিল কৰিছে ।

byte....president , ACYPA

PRADUNYA BHARALI , DHEMAJI , ETV BHARAT , ASSAM , 26/7 /2019
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.