ETV Bharat / state

সহস্ত্ৰ সংগ্ৰাম ত্যাগ কৰি শান্তি আলোচনালৈ আহক আলফাঃ সৰ্বানন্দ সোণোৱাল

author img

By

Published : Jan 31, 2020, 9:04 AM IST

২৭ জানুৱাৰীৰ পৰা আৰম্ভ ৩৪ সংখ্যক দেউৰী সাহিত্য সভাৰ ৷ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা কাৰ্যসূচীৰ বহস্পতিবাৰে সামৰণি পৰে ৷

সৰ্বানন্দ সোণোৱাল
সহস্ত্ৰ সংগ্ৰাম ত্যাগ কৰি শান্তি আলোচনালৈ আহকঃ সৰ্বানন্দ সোণোৱাল

ধেমাজি , 31 জানুৱাৰীঃ চাৰিদিনিয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বিগত ২৭ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা ৩৪ সংখ্যক দেউৰী সাহিত্য সভাৰ সামৰণি পৰে বহস্পতিবাৰে ৷ ধেমাজি গোগামুখ বামচেনীয়াত অনুষ্ঠিত হোৱা দেউৰী সাহিত্য সভাৰ অন্তিম দিনা মুকলি সভাত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংসদ প্ৰদান বৰুৱা, বিধায়ক ড৹ ৰনোজ পেগুকে ধৰি বহু কেইজন বিশিষ্ট অতিথি ৷

আনহাতে, মুকলি সভাত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী গৰকীৰ মন্তব্য, "সকলোৱে মিলি অসমখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ় দিব লাগে ৷ আমি সকলো মিলাপ্ৰীতিৰে আগবাঢ়িব লাগিব ৷ যিসকলে সহস্ত্ৰ সংগ্ৰাম কৰি আছে তেওঁলোকেও শান্তি আলোচনাৰ বাবে আগবাঢ়ি আহক ৷ আমি সকলোকে স্বাগতম জনাইছো ৷"

সহস্ত্ৰ সংগ্ৰাম ত্যাগ কৰি শান্তি আলোচনালৈ আহকঃ সৰ্বানন্দ সোণোৱাল

তাৰোপৰি সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি যতীনচন্দ্ৰ বৰদেউৰী ক্ষেত্ৰৰ পৰা বাহিৰ কৰা হয় বৰ্নাঢ্য সাংস্কৃতিক শোভাযাত্ৰা ৷ শোভাযাত্ৰাত জাতীয় সাজ-পাৰ পৰিধান কৰি অংশ লয় দেউৰী যুৱক-যুৱতীসকল ৷

আৰু পঢ়কঃ উত্তৰ প্ৰদেশত 20 ৰো অধিক শিশুক পণবন্দী কৰিলে এগৰাকী লোকে

Intro:সহস্ত্ৰ সংগ্ৰাম ত্যাগ কৰি শান্তি আলোচনালৈ আহক : সৰ্বানন্দ সোণোৱালBody: ৷

ধেমাজি , ৩০ জানুৱাৰী :

চাৰিদিনিয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে যোৱা ২৭ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা ৩৪ সংখ্যক দেউৰী সাহিত্য সভাৰ আজি বহস্পতিবাৰে সামৰণি পৰে ৷
ধেমাজি গোগামুখ বামচেনীয়াত অনুষ্ঠিত হোৱা দেউৰী সাহিত্য সভাৰ অন্তিম দিনা মুকলি সভাত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ,সাংসদ প্ৰদান বৰুৱা,বিধায়ক ডাঃ ৰনোজ পেগু কে ধৰি বহু কেইজন বিশিষ্ট অতিথি ৷
মুকলি সভাত অংশগ্ৰহণ কৰাৰ পিছত সাংবাদিকৰ আগত কয় যে সকলোৱে মিলি অসমখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ় দিব লাগে ৷ মিলাপ্ৰীতিৰে আগবাঢ়িব লাগিব ৷ যিসকলে সহস্ত্ৰ সংগ্ৰাম কৰি আছে ৷তেওঁলোকে ও শান্তি আলোচনাৰ বাবে আগবাঢ়ি আহক ৷আমি স্বাগতম জনাইছো সকলোকে ৷
এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

    আজি যতীনচন্দ্ৰ বৰদেউৰী ক্ষেত্ৰ ৰ পৰা বাহিৰ কৰা হয় বৰ্নাঢ্য সাংস্কৃতিক শোভাযাত্ৰা ৷

লক্ষনীয়ভাৱে অন্তিম দিনা  জাতীয় সাজ-পাৰ পৰিধান কৰি ওলাই দেউৰী ডেকা-গাভৰু,  বোৱাৰী সকল।লগতে অন্যান্য জাতি জনগোষ্ঠী কৃষ্টিি -সংষ্কৃতি দলেও অংশ লয় ৷

Pradunya Bharali , Dhemaji , Assam , 30/1/2020Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.