ETV Bharat / state

লক ডাউনৰ সুযোগ গ্ৰহণ কৰি ধেমাজিত অসাধু ব্যৱসায়ীৰ অবৈধ বেহা - অনতিপলমে

ধেমাজি জিলাতো অসাধু ব্যবসায়ীয়ে লক ডাউনৰ সুযোগ গ্ৰহণ কৰি গুটখা জাতীয় সামগ্ৰীৰ ৰমৰমীয়া বেহা চলাই থকা পৰিলক্ষিত হৈছে ৷ জিলাখনৰ সদৰকে ধৰি চিলাপথাৰ,গোগামুখ,জোনাইত ব্যাপকভাৱে প্ৰচলন হৈ আছে বিভিন্ন ধৰণৰ ধঁপাত জাতীয় সামগ্ৰীৰ বেহা ৷ জিলা প্ৰশাসনৰ ফালৰ পৰা কঠোৰ নিৰ্দেশ দিয়াৰ পিচতো একাংশ অসাধু ব্যবসায়ীয়ে চলাই গৈছে এই অবৈধ বেহা ৷ জিলাখনৰ এই সকল অসাধু ব্যবসায়ীৰ বিৰুদ্ধে সৰব হৈ উঠিছে অসম জাতীয়তাবাদী যুৱ পৰিষদ নামৰ সংগঠনটো ৷

Assam jatiyabadi parishad memrorumdum demaji dc
লক্ ডাউনৰ সুযোগ গ্ৰহণ কৰি ধেমাজিত অসাধু ব্যবসায়ীৰ অবৈধ বেহা
author img

By

Published : Jul 15, 2020, 5:26 PM IST

ধেমাজি, 15 জুলাই : মহামাৰী কৰ'ণা ভাইৰাছৰ বাবে সমগ্ৰ দেশত প্ৰযোজ্য হৈছে লক ডাউন ৷ লক ডাউনৰ সময়ত কেবলমাত্ৰ অত্য়াবশ্যকীয় সামগ্ৰী সমূহৰ দোকান খোলাৰ অনুমতি প্ৰদান কৰিছিল প্ৰশাসনে ৷ কিন্তু এই লক ডাউনৰ সময়ত একাংশ অসাধু ব্যবসায়ীয়ে অবৈধ ব্যৱসায় চলাই থকা পৰিলক্ষিত হৈছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ এই সকল অসাধু ব্যবসায়ীসকলক চৰকাৰে কঠোৰভাবে সকীয়নি দিয়াৰ পিচতো অসাধু ব্যৱসায়ীয়ে চলাই গৈছে ৰমৰমীয়া বেহা ৷

লক্ ডাউনৰ সুযোগ গ্ৰহণ কৰি ধেমাজিত অসাধু ব্যবসায়ীৰ অবৈধ বেহা

ধেমাজি জিলাতো অসাধু ব্যৱসায়ীয়ে লক ডাউনৰ সুযোগ গ্ৰহণ কৰি গুটখা জাতীয় সামগ্ৰীৰ ৰমৰমীয়া বেহা চলাই থকা পৰিলক্ষিত হৈছে ৷ জিলাখনৰ সদৰকে ধৰি চিলাপথাৰ,গোগামুখ,জোনাইত ব্যাপকভাৱে প্ৰচলন হৈ আছে বিভিন্ন ধৰণৰ ধঁপাত জাতীয় সামগ্ৰীৰ বেহা ৷ জিলা প্ৰশাসনৰ ফালৰ পৰা কঠোৰ নিৰ্দেশ দিয়াৰ পিচতো একাংশ অসাধু ব্যবসায়ীয়ে চলাই গৈছে এই অবৈধ বেহা ৷

বুধবাৰে জিলাখনৰ এই সকল অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে অসম জাতীয়তাবাদী যুৱ পৰিষদ নামৰ সংগঠনটো ৷ অসম চৰকাৰে ধপাঁতজাতীয় সামগ্ৰীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ সময়ত জিলাখনত খুচুৰা,পাইকাৰী তথা সৰু-সৰু গুমটি সমূহত অত্যাধিক দামত বিক্ৰী হৈ থকা সামগ্ৰী সমূহৰ বিৰুদ্ধে উপযুক্ত ব্যবস্থা ল'বলৈ প্ৰশাসনক দাবী জনাই ৷ লগতে,এই সমূহ ব্যবসায়ীৰ বিৰুদ্ধে কঠোৰ ব্য়বস্থা ল'বলৈ বুধবাৰে ধেমাজি জিলা উপায়ুক্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰে সংগঠনটোৱো ৷ অনতিপলমে এই সকল ব্যবসায়ীৰ বিৰুদ্ধে উপযুক্ত ব্যবস্থা ল'বলৈ প্ৰশাসনক অনুৰোধ জনাই সংগটনটোৱে ৷

লগতে পঢ়ক : কাছাৰৰ নতুন আৰক্ষী অধীক্ষক বনৱাৰীলাল মিনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.