ETV Bharat / state

জোনাইত জলসম্পদ মন্ত্ৰীৰ খহনীয়া পৰিদৰ্শন

author img

By

Published : Jul 19, 2019, 2:50 PM IST

চেঙাজানত কেশৱ মহন্তই পৰিদৰ্শন কৰিলে খহনীয়াত ক্ষতিগ্ৰস্ত অঞ্চল । খহনীয়া ৰোধৰ বাবে প্ৰয়োজনীয় পদক্ষেপ লোৱাৰ প্ৰতিশ্ৰুতি ।

জোনাইত জলসম্পদ মন্ত্ৰীৰ খহনীয়া পৰিদৰ্শন

জোনাই, ১৩ জুলাই : ৰাজ্যত অব্যাহত থকা বানপানী আৰু নেৰানেপেৰা বৰষুণৰ মাজতে শুকুৰবাৰে দিনত ধেমাজি জিলাৰ চেঙাজানত উপস্থিত হয় জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত । লগত জোনাইৰ বিধায়ক ভূৱন পেগু আৰু ধেমাজিৰ বিধায়ক ৰণোজ পেগুক লগত লৈ মন্ত্ৰী গৰাকীয়ে পৰিৰ্দশন কৰে খহনীয়াত ক্ষতিগ্ৰস্ত অঞ্চল । চেঙাজান অঞ্চলত ব্ৰহ্মপুত্ৰৰ নদীয়ে অব্যাহত ৰখা তীব্ৰ খহনীয়া তথা চিয়াং, লালী আৰু ব্ৰহ্মপুত্ৰৰ নদীৰ বানে আক্ৰান্ত কৰা জোনাইৰ ২৭৩ খন গাঁৱৰ কথা মন্ত্ৰীজনক অৱগত কৰে স্থানীয় বিধায়ক ভূৱন পেগুৱে । শেষত জলসম্পদ মন্ত্ৰী গৰাকীয়ে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷

Intro:Body:জোনাইৰ চেঙাজানত জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ বান খহনীয়া পৰিদৰ্শন /জোনাইৰ নৈ উপনৈ সমূহৰ খহনীয়া প্ৰতিৰোধৰ কাৰনে শীঘ্ৰেই কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা হব বুলি প্ৰতিশ্ৰুতি দিয়ে ৰাইজক
জোনাই ১৯ জুলাই
ধেমাজি জিলাৰ জোনাইত আজি বান খহনীয়া অঞ্চলসমূহ পৰিদৰ্শন কৰে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই| জোনাইৰ চেঙাজানত আজি পুৱা ৭ বজাত উপস্থিত হৈ বান খহনীয়া পৰিদৰ্শন কৰা মন্ত্ৰী কেশৱ মহন্তৰ লগতে জোনাইৰ বিধায়ক ভূৱন পেগু, ধেমাজিৰ বিধায়ক ৰণোজ পেগু ও উপস্থিত থাকে | ইফালে চেঙাজান অঞ্চলত ব্ৰহ্মপুত্ৰৰ নদীয়ে অব্যাহত থকা তীব্ৰ খহনীয়াৰ লগতে চিয়াং লালী ব্ৰহ্মপুত্ৰৰ নদীৰ বানত জোনাইৰ ২৭৩ খন গাঁৱৰ ৮৬,২০৩ গৰাকীলোকে আক্ৰান্ত হোৱাৰ লগতে ৬,১২০ হেক্টৰ শস্য ভূমি বানপানীৰ কবলত পৰা বুলি মন্ত্ৰীক অবগত কৰে স্থানীয় বিধায়ক ভূৱন পেগুৱে| উল্লেখ যে মন্ত্ৰী কেশৱ মহন্তই জোনাইৰ নৈ উপনৈ সমূহৰ খহনীয়া প্ৰতিৰোধৰ কাৰনে শীঘ্ৰেই কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা হব বুলি প্ৰতিশ্ৰুতি দিয়ে ৰাইজক | জানিব পৰা মতে জোনাইৰ পৰা গৈ জীয়াঢল কোমতী নদীৰ মথাউৰি পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে |

কৰবী দলে জোনাই Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.