ETV Bharat / state

ধেমাজিত অনিল বৰগোহাঁইৰ ভোটদান

লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ধেমাজি জিলাত মুঠ  ভোটাৰৰ সংখ্যা 5,21,421 জন । ইয়াৰ ভিতৰত ধেমাজি বিধানসভা সমষ্টিত মুঠ 2,35,986 জনৰ বিপৰীতে জোনাই বিধানসভা সমষ্টিত আছে 2,85,433 জন ভোটাৰ ।

ধেমাজিত অনিল বৰগোহাঁইৰ ভোটদান
author img

By

Published : Apr 11, 2019, 8:38 AM IST

ধেমাজি,11 এপ্ৰিল: ধেমাজিত আৰম্ভ ভোটগ্ৰহণ প্ৰক্ৰিয়া । 167 নং ভোটকেন্দ্ৰত লখিমপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোঁহাইয়ে সাব্যস্ত কৰে ভোটদান ।

etv bharat assam
ধেমাজিত অনিল বৰগোহাঁইৰ ভোটদান

উল্লেখ্য যে,লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ধেমাজি জিলাত মুঠ ভোটাৰৰ সংখ্যা 5,21,421 জন । ইয়াৰ ভিতৰত ধেমাজি বিধানসভা সমষ্টিত মুঠ 2,35,986 জনৰ বিপৰীতে জোনাই বিধানসভা সমষ্টিত আছে 2,85,433 জন ভোটাৰ । জিলাখনৰ মুঠ 631 টা ভোটকেন্দ্ৰত 2524 গৰাকী প্ৰিজাইডিং আৰু পুলিং বিষয়া নিয়োগ কৰা হৈছে । জিলাখনত 3 টা আদৰ্শ ভোটকেন্দ্ৰ থকাৰ বিপৰীতে 10 টা মহিলা ভোটকেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰ উপৰিও মুঠ 35 টা ভোটকেন্দ্ৰত আছে ৱেব কাষ্টিংৰ সুবিধা । 82 টা কেন্দ্ৰত কেন্দ্ৰীয় অৰ্ধ সামৰিক বাহিনী মোতায়েন কৰাৰ বিপৰীতে 549 টা কেন্দ্ৰত নিয়োজিত কৰা হৈছে আৰক্ষী জোৱান ।

Intro:ধেমাজিত ভোটগ্ৰহন আৰম্ভ ।

167 নং ভোটকেন্দ্ৰত অনিল বৰগোঁহাইয়ে সাৱ্যস্ত কৰিলে ভোটদান ।

Body:ধেমাজিতো লোক সভাৰ নি্ৰ্বাচনৰ প্ৰথম পৰ্যা।ৰ ভোটগ্ৰহন :

:বৃহস্পতিবাৰে ধেমাজিতো পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে লোক
সভাৰ নি্ৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহন । লক্ষীমপুৰ লোক সভাৰ সমষ্টিৰ অন্তগৰ্ত ধেমাজি জিলাত আছে মুঠ 5,21,421 জন ভোটাৰ । ইয়ৰে ধেমাজি বিধান সভাৰ ,সমষ্টিত মুঠ 2,35,986 গৰাকীৰ বিপৰীতে জোনাই বিধান সভাৰ সমষ্টিত আছে 2,85,433 জন ভোটাৰ ।জিলাখনৰ মুঠ ভোটকেন্দ্ৰ 631 টা । কেন্দ্ৰসমূহত 2524 গৰাকী প্ৰিজাইডিং আৰু পুলিং বিষয়া নিয়োগ কৰিছে । জিলাখনত 3 টা আদৰ্শ ভোটকেন্দ্ৰ থকাৰ বিপৰীতে 10 টা মহিলা ভোটকেন্দ্ৰৰ ব্যৱস্থা কৰিছে । মুঠ 35টা ভোটকেন্দ্ৰত আছে ৱেব কাষ্টিংৰ সুবিধা । 82 কেন্দ্ৰত কেন্দ্ৰীয় অৰ্ধ সামৰিক বাহিনী মোতায়েন কৰাৰ বিপৰীতে 549 টা কেন্দ্ৰত আৰক্ষী জোৱান নিয়োজিত কৰিছে ।

লখিমপুৰ লোক সভাৰ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী অনিল বৰগোহাঁইয়ে পুৱাই ,সাৱ্যস্ত কৰিলে ধেমাজি মহাবিদ্যালয়ৰ 167 no ভোটকেন্দ্ৰত ভোটাধিকাৰ । ভোটাধিকাৰ সা্ৱ্যস্ত কৰাৰ পাছত কলে

Pradunya Bharali , Dhemaji , Assam, 11/4/2019

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.