ETV Bharat / state

ধেমাজিত 13 কেজি ওজনৰ অজগৰ উদ্ধাৰ

author img

By

Published : Aug 4, 2020, 10:06 PM IST

ধেমাজিত 13 কেজি ওজনৰ অজগৰ উদ্ধাৰ ৷ স্থানীয় ৰাইজে জাল মাৰি নদীৰ পৰা উদ্ধাৰ কৰে অজগৰটো ৷ পৰৱৰ্তী সময়ত বন বিভাগক গতাই দিয়ে অজগৰটো ৷

9-feet-long python rescued in Assam Dhemaji
ধেমাজিত 13 কেজি ওজনৰ অজগৰ উদ্ধাৰ

ধেমাজি, 4 আগষ্ট : ৰাজ্যত ক'ভিড-19 আৰু বানপানীৰ তাণ্ডৱ অব্যাহত থকাৰ মাজতে মঙলবাৰে ধেমাজি জিলাৰ তেলিজান নদীত এটা অজগৰ উদ্ধাৰ হয় ৷ উদ্ধাৰ কৰা অজগৰটো 9 ফুট দীঘল আৰু ১৩ কেজি ওজনৰ বুলি বন বিভাগে জানিবলৈ দিয়ে ৷

ধেমাজিত 13 কেজি ওজনৰ অজগৰ উদ্ধাৰ

তথ্য অনুসৰি, প্ৰথম অৱস্থাত দুগৰাকী ছাত্ৰীয়ে এজোপা গছত অজগৰটো প্ৰত্যক্ষ কৰে ৷ পৰৱৰ্তী সময়ত অজগৰটো তেলিজান নদীত নামি যোৱাত স্থানীয় ৰাইজে নদীত জাল মাৰি অজগৰটো উদ্ধাৰ কৰি বন বিভাগক গতাই দিয়ে ৷

ধেমাজিত 13 কেজি ওজনৰ অজগৰ উদ্ধাৰ

উল্লেখ্য যে, উদ্ধাৰ কৰা অজগৰটো প্ৰত্যক্ষ কৰিবলৈ উক্ত অঞ্চলত যথেষ্ট মানুহৰ সমাগম হয় ৷

লগতে পঢ়ক : নলবাৰীত সৰ্প দংশনত মহিলাৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.