ETV Bharat / state

ওড়িশাত আবদ্ধ দৰঙৰ মেধাৱী ছাত্ৰ

ওড়িশাত ফণী নামৰ ঘূৰ্ণি বতাহে চলোৱা তাণ্ডৱৰ মাজতে আবদ্ধ হৈ আছে অসমৰ এজন ছাত্ৰ ৷ ভুৱনেশ্বৰত প্ৰৱেশ পৰীক্ষা দিবলৈ যোৱা দৰঙৰ ছাত্ৰজনৰ সৈতে যোগাযোগ কৰিব নোৱাৰি চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোকসকল ৷

উৰিষ্যাত আবদ্ধ দৰঙৰ মেধাবী ছাত্ৰ
author img

By

Published : May 5, 2019, 4:49 PM IST

  • ফণীৰ বাবে উৰিষ্যাত আবদ্ধ দৰঙৰ মেধাৱী ছাত্ৰ
  • প্ৰিয়াংশু চহৰীয়া নামৰ ছাত্ৰগৰাকীৰ ঘৰ মঙলদৈ চপাইত
  • 1 মে'ত ভুৱনেশ্বৰৰ IIT ত প্ৰৱেশ পৰীক্ষা দিবলৈ গৈছিল ছাত্ৰজন
  • বিমান বাতিল হোৱাত হোটেলত থাকিব লগা হৈছে ছাত্ৰজন
  • পৰিয়ালৰ সৈতে যোগাযোগ বিচ্ছিন্ন হোৱাত চিন্তিত ছাত্ৰজনৰ পৰিয়াল
  • পৰিয়ালৰ লোকৰ মতে উৰিষ্যাৰ ভুৱনেশ্বৰৰ জগমোহন নগৰৰ এখন হোটেলত আবদ্ধ হৈ আছে ছাত্ৰজন

as_drg_udisha trapped_vis_byte_as10006【Ftp】

##  উৰিষ্যাত ফণী প্ৰভাৱত পৰা বহু তীৰ্থযাত্ৰী অসম চৰকাৰে উদ্ধাৰ কৰি আনিলে যদিও বৰ্তমানো আবদ্ধ বহু লোক ।  আৰ্থিক সংকট হোৱাৰ লগতে খাদ্য সংকটত পৰিছে বহু অসমৰ লোকে ।।
# উৰিষ্যাত আবদ্ধ দৰঙৰ মেধাবী ছাত্ৰ। 1 may ত মঙ্গলদৈ চপাই প্ৰিয়াংশু চহৰীয়া নামৰ এগৰাকী ছাত্ৰ ভুৱনেশ্বৰ IIT ত mtech এণ্ট্ৰেন্স পৰীক্ষা দিব গৈছিল ।  flight cancel হোৱা বাবে হোটেল ত থাকিব লগা হৈছে। পৰিয়ালৰ লোকে যোগাযোগ কৰিব পৰা নাই । আৰ্থিক সংকটত ছাত্ৰ গৰাকী । ফোনৰ কোনো যোগাযোগ নাই ।  ATM ব্যৱহাৰ কৰিব পৰা নাই ।।
# চিন্তাত পৰিছে পৰিয়ালটো । উৰিষ্যাৰ ভুৱনেশ্বৰৰ জগমোহন নগৰৰ OYO  10271 hotel guest inn নামৰ হোটেলত আৱদ্ধ মঙ্গলদৈ ৰ পৰীক্ষাৰ্থী । ফোন 7868922241
Debabrat goswami.Darrang
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.