ETV Bharat / state

সমাজত সন্মান বাঢ়িব সিংহ ৰাশিৰ লোকৰ...অহংকাৰৰ ফলত লোকচান হ’ব এই ৰাশিৰ লোকৰ...চাওক কি কয় আপোনাৰ ৰাশিচক্ৰই

কেনে যাব আপোনাৰ দিনটো ? কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে আৰ্থিক যোগ আছে ? জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল ৷

DAILY HOROSCOPE FOR 22ND OCTOBER 2024
আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : 23 hours ago

Updated : 3 hours ago

মেষ ৰাশি: মনৰ ভিতৰত চলি থকা অদৰকাৰী চিন্তাই দুৰ্বল কৰি তুলিব পাৰে ৷ কষ্ট অনুসাৰে ফল নাপালে মন বেয়া নকৰিব ৷ সন্তান আৰু পৰিয়ালৰ লগত ব্যস্ততাৰ বাবে সময় কটাব নোৱাৰিব ৷ চৰকাৰী কামত সফলতা লাভ কৰিব ৷

বৃষ ৰাশি: লক্ষ্য আৰু আত্মবিশ্বাসৰ বলত কামত সফলতা লাভ কৰিব ৷ লাভৰ পৰিমাণ বৃদ্ধি হ’ব ৷ পিতৃৰ ফালৰ পৰা লাভান্বিত হ’ব ৷ ছাত্ৰ-ছাত্ৰীসকলে পঢ়া শুনাত মন দি সফলতা লাভ কৰিব পাৰিব ৷

মিথুন ৰাশি: এটা সৌভাগ্যশালী দিন ৷ নতুন কাম আৰম্ভ কৰাৰ উত্তম সময় ৷ চৰকাৰী কামত সফলতা লাভ কৰিব ৷ বন্ধু আৰু প্ৰতিৱেশীৰ লগত ভুল বুজাবুজি আঁতৰ কৰক ৷ শৰীৰৰ ওপৰত চকু ৰাখক ৷

কৰ্কট ৰাশি: শৰীৰ আৰু মানসিক স্বাস্থ্য ভাল নহয় ৷ অসন্তুষ্টি ভাৱ আৰু অমনোযোগিতাই অশান্তি কৰিব ৷ সাৱধান হওক, পৰিয়ালৰ লগত সম্বন্ধৰ অৱনতি হ’ব ৷ ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকে বিচৰা ফল পাবলৈ কষ্ট কৰিব লাগিব ৷ একো অনৈতিক কামত জড়িত নহ’ব, বিপদ হ’ব পাৰে ৷

সিংহ ৰাশি: খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব ৷ আত্মবিশ্বাস আৰু স্পষ্টবাদিতাই সিদ্ধান্ত গ্ৰহণত সহায় কৰিব ৷ সমাজত সন্মান বাঢ়িব ৷ পিতৃৰ পৰা লাভৱান হ’ব ৷ শৰীৰৰ যত্ন লওক ৷

কন্যা ৰাশি: অহংকাৰৰ ফলত কাৰোবাৰ লগত মতানৈক্য হ’ব ৷ তৰ্ক বিতৰ্ক নকৰিব ৷ ধ্যান কৰি মন শান্ত কৰিব পাৰিব ৷ শৰীৰৰ যত্ন লওক আৰু চিন্তামুক্ত হোৱা কাম কৰক ৷

তুলা ৰাশি: লাভজনক দিন ৷ সফলতা লাভ কৰিব ৷ বন্ধুৰ লগত ফুৰিবলৈ যাব পাৰে ৷ বিবাহ প্ৰাৰ্থীসকলৰ বাবে শুভ ৷

বৃশ্চিক ৰাশি: সৌভাগ্য আৰু আশাৰে ভৰা এটা দিন ৷ কামত সকলো সন্তুষ্ট হ’ব ৷ সকলো কাম সহজে সম্পন্ন হ’ব ৷ সামাজিক কামৰ স্বীকৃতি লাভ কৰিব ৷

ধনু ৰাশি: শৰীৰৰ যত্ন লওক ৷ এলাহভাৱে অসুবিধাত পেলাব ৷ ব্যৱসায়ত লোকচান হ’ব ৷ ফলত মানসিক স্থিতি দুৰ্বল হ’ব পাৰে ৷ ধ্যান কৰক ৷

মকৰ ৰাশি: খৰচ বৃদ্ধি হ’ব ৷ শৰীৰৰ যতন লওক ৷ বাহিৰা খাদ্য গ্ৰহণ কৰোঁতে সাৱধান হওক ৷ খোৱা-বোৱাৰ ক্ষেত্ৰত কিছু গুৰুত্ব দিয়ক ৷ ভ্ৰমণত শুভ ৷ প্ৰেমত শুভ ৷

কুম্ভ ৰাশি: আত্মবিশ্বাসৰ ফলত কামবোৰ সফলতাৰে শেষ কৰিব পাৰিব ৷ নতুন বাহন কিনাৰো যোগ আছে ৷ বন্ধুৰ লগত ফুৰিবলৈ গৈ আনন্দ লাভ কৰিব ৷ বৈবাহিক সম্বন্ধই লাভান্বিত কৰিব ৷

মীন ৰাশি: গ্ৰহৰ দশা ভাল ৷ শৰীৰ আৰু মন ভালে থাকিব ৷ খঙক প্ৰাধান্য নিদিব ৷ সহকৰ্মীসকলৰ পৰা সহায় পাব ৷ সফলতা লাভ কৰিব ৷

Last Updated : 3 hours ago
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.