ETV Bharat / state

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Mar 5, 2022, 1:00 PM IST

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

Operation against heroin
1 বজাৰ শীৰ্ষ 10 টা বাতৰি

Russia Ukraine war : যুদ্ধবিৰতি ঘোষণা ৰাছিয়াৰ

ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ বৃহৎ খবৰ ৷ সাময়িকভাৱে যুদ্ধবিৰতি ঘোষণা ৰাছিয়াৰ ৷

Manipur 2nd Phase polling: মণিপুৰৰ ভোটাৰলৈ প্ৰধানমন্ত্ৰীৰ বিশেষ আহ্বান...

মণিপুৰৰ ৬ খন জিলাত শনিবাৰে অনুষ্ঠিত হৈছে দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া (Manipur election 2nd Phase polling)। পুৱাৰে পৰা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰৰ দীঘলীয়া শাৰী । ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী মোডীয়ে টুইটযোগে ভোটাৰসকলক বিশেষ আহ্বান জনাইছে ।

Assam Municipal Election 2022 : তিতাবৰত ভোটকেন্দ্ৰলৈ ৰাওনা পুলিং-প্ৰিজাইডিং বিষয়া

6 মাৰ্চ অৰ্থাৎ বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব ৰাজ্যৰ পৌৰসভা নিৰ্বাচন (Assam municipal election 2022) ৷ যাৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিছে তিতাবৰ মহকুমা প্ৰশাসনৰ লগতে তিতাবৰ জিলা নিৰ্বাচনী কাৰ্যালয় (Municipal election preparation at Titabor) ৷

Russia Ukraine war : ইউক্ৰেইনৰ পৰা ১১ হাজাৰৰো অধিক ভাৰতীয় নাগৰিকক স্থানান্তৰ

ৰাছিয়া আৰু ইউক্ৰেইনৰ সংঘৰ্ষ অব্যাহত আছে । ইউক্ৰেইনত আৱদ্ধ প্ৰায় ১১ হাজাৰ ভাৰতীয় নাগৰিকক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে (Over 11000 Indian nationals evacuated from Ukraine)। শনিবাৰে ১৭০ গৰাকী ভাৰতীয়ৰ সৈতে এয়াৰ ইণ্ডিয়াৰ আন এখন বিমান আহি অৱতৰণ কৰে ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত । বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী ভি মুৰলীধৰণে আদৰণি জনায় নাগৰিকসকলক ।

Blast outside expelled BJP leader's : মণিপুৰত বহিষ্কৃত বিজেপি নেতাৰ বাসগৃহত বিস্ফোৰণ

মণিপুৰৰ বিধানসভা নিৰ্বাচনৰ (Manipur Assembly Election 2022) দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে ভয়ংকৰ বোমা বিস্ফোৰণ । বহিষ্কৃত বিজেপি নেতা চোংথাম বিজয়ৰ বাসগৃহত বোমা বিস্ফোৰণ । দুচকীয়া বাহনত অহা দুৰ্বৃত্তই নেতাগৰাকীৰ বাসগৃহলৈ লক্ষ্য কৰি বোমা নিক্ষেপ কৰে । ঘটনাৰ তদন্ত আৰম্ভ ।

সুন্দৰীদিয়া সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ জগন্নাথ অধিকাৰীৰ বিয়োগ

জগন্নাথ অধিকাৰীয়ে সুন্দৰীদিয়া সত্ৰখনৰ ডেকা সত্ৰাধিকাৰ হিচাপে সেৱা আগবঢ়াৱোৰ পিচত ২০১৬ চনত বুঢ়া সত্ৰাধিকাৰৰ দায়িত্ব অৰ্পণ কৰা হৈছিল (Sundaridiya Satra Burha Satradhikar Jagannath Adhikari) ৷

ত্ৰিপুৰাত 16 খন এম্বুলেন্স সেৱাৰ মুকলি মুখ্যমন্ত্ৰীৰ

ত্ৰিপুৰাৰ নাগৰিকসকলৰ স্বাস্থ্য আৰু সুৰক্ষা দিশটো অধিক ত্বৰান্বিত কৰাৰ বাবে শুভাৰম্ভ কৰা হয় এই সেৱাৰ (Tripura CM launches 24 life support ambulances) ৷ প্ৰায় 2.50 কোটি টকা ব্যয়ৰে ক্ৰয় কৰা হয় এম্বুলেন্সকেইখন ।

Covid 19 in India : দেশত যোৱা ২৪ ঘণ্টাত ২৮৯ গৰাকী ক'ৰণা ৰোগীৰ মৃত্যু

দেশত নতুনকৈ ৫,৯২১ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে (India logs 5921 new COVID cases) । যোৱা ২৪ ঘণ্টাত মৃত্যু হৈছে ২৮৯ গৰাকী ৰোগীৰ । দেশত প্ৰায় ১৭৮.৫৫ কোটি প্ৰতিষেধকৰ পালি প্ৰদান কৰা হৈছে ।

কলিয়াবৰত চোৰাং কাঠভৰ্তি দুখন বাহন জব্দ

কলিয়াবৰৰ ভোমোৰাগুৰিত শনিবাৰে পুৱা বন বিভাগে দুখন চোৰাং কাঠভৰ্তি বাহন জব্দ কৰে (Illegal timber seized by forest department) ৷ শালনাস্থিত আঞ্চলিক বন বিষয়াৰ (Salonibari Forest Department) নেতৃত্বত এটা দলে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই জব্দ কৰে কাঠভৰ্তি বাহন দুখন । কাৰ্বি আংলঙৰ পৰা কুঠৰী হৈ বাহন দুখনে চোৰাংকৈ কাঠখিনি কঢ়িয়াই অনাৰ সময়তে বন বিভাগৰ অভিযানকাৰী দলে জব্দ কৰে ।

Operation against heroin : খটখটীত উদ্ধাৰ সন্দেহযুক্ত হেৰ'ইন

শুকুৰবাৰে সন্ধিয়া খটখটীৰ বাসবাৰীৰ আৰক্ষীয়ে চলাই অভিযান ৷ এই অভিযানত খটখটী আৰক্ষীয়ে বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰ'ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Suspected heroin seized at Khotkhoti) ৷ এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰে বাসবাৰী টিলাবস্তিৰ নাছিৰ উদ্দিনৰ পুত্ৰ দিলুৱাৰ হুছেইনক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.