ETV Bharat / state

পথত ভূঁই ৰুই বিধায়কৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে ৰাইজে - ভূঁই

দলগাঁৱত পথৰ মাজত ভূঁই ৰুই ক্ষোভ প্ৰকাশ বিধায়কৰ বিৰুদ্ধে ৷ স্বাধীনতাৰ 74 বছৰ পিছতো নিৰ্মাণ নহ’ল দলগাঁৱৰ এটা পথ । অসাৰ বিধায়কৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি ৷

Poor condition of Road in dalgaon darrang assam etv bharat news
পথৰ মাজত ভূঁই ৰুই প্ৰতিবাদ
author img

By

Published : Sep 28, 2020, 8:41 PM IST

দলগাঁও,28 ছেপ্তেম্বৰ: দলগাঁৱৰ এক জৰাজীৰ্ণ পথৰ ফলত হাৰাশাস্তিৰ সন্মুখীন হৈছে শতাধিক পথচাৰী ৷ দৈনিক শতাধিক লোকে যাতায়াত কৰা সদা ব্যস্ত ভকতপাৰা-ভোটপুখুৰী সংযোগী পথছোৱাত সৃষ্টি হোৱা দ গাঁতৰ ফলত জীয়াতু ভুগিছে ৰাইজে ৷ নিৰ্বাচন ওচৰ চাপিলেই পকী পথ নিৰ্মাণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা বিধায়ক ইলিয়াছ আলীয়ে নিৰ্বাচনৰ পিছতে পাহৰি যায় ৰাইজক দিয়া প্ৰতিশ্ৰুতি । সামান্য বৰষুণ দিলেই চাইকেল, বাইকতো বাদেই খোজকাঢ়িও পাৰ হ’ব নোৱাৰি পথছোৱাৰে ৷ বিধায়কৰ ভূমিকাত অতিষ্ঠ হৈ গঞা ৰাইজে পথৰ মাজত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰে ৷ উল্লেখ্য যে, বছৰ-বছৰ ধৰি যমৰ যাতনাৰ সন্মুখীন হোৱা পথচাৰীসকলে জৰাজীৰ্ণ পথটো শীঘ্ৰে মেৰামতি কৰি যাতায়তৰ ব্যৱস্থা সূচল কৰিবলৈ ৰাজ্য চৰকাৰ তথা গড়কাপ্তানি বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনায় ।

পথৰ মাজত ভূঁই ৰুই প্ৰতিবাদ

লগতে চাওকঃ ওদালগুৰিত বৃহৎ পৰিমাণৰ অস্ত্ৰৰ ভাণ্ডাৰ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.