ETV Bharat / state

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বান - FOREST GOURD

নিৰাপদ স্থান বিচাৰি ধাপলি মেলিছে উদ্যানখনৰ বন্যপ্ৰাণীসমূহ ৷ বানত বুৰ গৈছে উদ্যানখনৰ কুৰিৰো অধিক বন শিবিৰ ৷

কুৰিৰো অধিক বন শিবিৰ প্লাৱিত বানত
author img

By

Published : Jul 13, 2019, 4:55 PM IST

  • ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বানৰ তাণ্ডৱ
  • কুৰিৰো অধিক বন শিবিৰ প্লাৱিত বানত
  • টুলুঙা নাৱেৰে টহল দিছে বন কৰ্মীয়ে
    ETV BHARAT ASSAM
    ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বান

ধনশিৰি আৰু মহাবাহু ব্ৰহ্মপুত্ৰৰ উফন্দি উঠা বাঢ়নি পানীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে উদ্যানখন বন্যপ্ৰাণীৰ মাজত। যাৰ বাবে নিৰাপদ ওখ স্থান বিচাৰিঢাপলি মেলিছে বন্যপ্ৰাণীসমূহে ৷ উদ্যানখনৰ কটগৰা,ছাবনী হাজাৰ বিঘা,বৰখে,তিনকোনা,বন্তবো,ৰামকং,পুৰণা গড়ভঙা,নতুন গড়ভঙা , বগৰীবাৰী,কাটাশালী,কাছোমাৰী,বালিকেম্প আদিকে ধৰি প্ৰায় সংখ্যক বন শিবিৰ পানীত ডুব গৈছে । যাৰ বাবে বন্যপ্ৰাণীৰ লগতে বন কৰ্মীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । এনে পৰিস্থিতিত চোৰাংচিকাৰীয়ে যাতে উদ্যানত প্ৰৱেশ কৰি গড় হত্যা কৰিব নোৱাৰে তাৰ বাবে টুলুঙা নাৱেৰেই নিজৰ কৰ্তব্যত নিয়োজিত হৈ আছে প্ৰতিজন বনকৰ্মী।

Intro:Slug = Orange_National_Park_Flood

## ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বানৰ তাণ্ডব ।
## কুৰিৰো অধিক বন শিবিৰ প্লাবিত ।
## টুলুঙা নাৱেৰে টহল দিছে বন সুৰক্ষা কৰ্মীয়ে

Body:Slug =

দলগাও /১৩ জুলাই

দৰঙৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পত বানৰ তাণ্ডব । ধনশিৰি আৰু মহাবাহু ব্ৰহ্মপুত্ৰৰ উফন্দি উঠা বাঢ়নি পানীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে উদ্যানখন বন্যপ্ৰাণীৰ মাজত । যাৰ বাবে নিৰাপদ ওখ স্থান বিছাৰি ঢাপলি মেলিছে বিভিন্ন ধৰণৰ বন্যপ্ৰাণী ।
উদ্যানখনৰ কটগৰা , ,ছাবনী
হাজাৰ বিঘা ,বৰখে ,তিনকোনা , বন্তবো,ৰামকং,পুৰনা গড়ভঙা ,নতুন গড়ভঙা , বগৰীবাৰী ,কাটাশালী , কাছোমাৰী ,বালিকেম্প আদিকে ধৰি প্ৰায় সংখ্যক বন সুৰক্ষা শিবিৰ পানীত ডুব গৈছে । যাৰ বাবে বন্যপ্ৰাণীৰ লগতে বন সুৰক্ষা কৰ্মীসকল মাজত হাহাকাৰ সৃষ্টি হৈছে । এনে পৰিস্থিতিত চোৰাংচিকাৰীয়ে যাতে উদ্যানত প্ৰবেশ কৰি গড় হত্যা কৰিব নোৱাৰে তাৰ বাবে টুলুঙা নাৱেৰেই নিজৰ কৰ্তব্যত নিয়োজিত হৈ আছে প্ৰতিজন বন সুৰক্ষা কৰ্মী ।

Conclusion:আব্দুল হাকিম
দলগাও ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.