ETV Bharat / state

ফটকা বৰ্জনৰ আহ্বান ইউনিটি দ্যা ব্লাড ড’নাৰৰ

দৰঙৰ স্বেচ্ছাসেৱী সংগঠন ইউনিটি দ্যা ব্লাড ড’নাৰৰ ব্যতিক্ৰমী পদক্ষেপ ৷ উচ্চ প্ৰাবল্যৰ ফটকা, আতচবাজী পৰিহাৰ কৰিবলৈ আহ্বান ৰাইজক ৷

author img

By

Published : Nov 10, 2020, 7:50 PM IST

ngo request to celebrate craker free diwali in darrang assam etv bharat news
ফটকা বৰ্জনৰ আহ্বান

দৰং,10 নৱেম্বৰ: সকলোৱে বৰ্জন কৰক উচ্চ প্ৰাবল্যৰ ফটকা, আতচবাজী ৷ চাকিৰ পোহৰেৰে উজ্বলাই তোলক আপোনাৰ চৌপাশ ৷ এই আহ্বান মঙলদৈৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন ইউনিটি দ্যা ব্লাড ড’নাৰৰ ৷ পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাত্ৰ তিনিদিন বাকী ৷ এইবাৰ দীপাৱলীত যাতে শব্দ আৰু বায়ু প্ৰদূষণ মুক্তভাৱে ৰাইজে উদযাপন কৰে তাৰ বাবে সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস কৰিছে স্বেচ্ছাসেৱী সংগঠনটোৱে ৷ তদুপৰি ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে সংস্থাটোৱে গ্ৰহণ কৰিছে ব্যতিক্ৰমী পদক্ষেপ ৷ সংগঠনটোৱে মঙলবাৰে মঙলদৈ চহৰৰ মাজত বাইক ৰেলী প্ৰদৰ্শন কৰি ৰাইজক আহ্বান জনালে গ্ৰীণ দীপাৱলী পালন কৰিবলৈ ৷

লগতে চাওকঃ গুৱাহাটীত নিষিদ্ধ ফটকা-আতচবাজী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.