ETV Bharat / state

বিজেপিক ভোট দিবলৈ উত্ৰাৱল হৈ আছে ছিপাঝাৰবাসী

পৌৰসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন (municipal election 2022) । তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। ছিপাঝাৰৰ ভোটাৰক লৈ Over confident সাংসদ দিলীপ শইকীয়া। বিজেপিক ভোট দিবলৈ উত্ৰাৱল হৈ আছে ছিপাঝাৰবাসী ।

MP Dilip Saikia on municipal election in Sipajhar
বিজেপিক ভোট দিবলৈ উত্ৰাৱল হৈ আছে ছিপাঝাৰবাসী
author img

By

Published : Feb 28, 2022, 3:29 PM IST

ছিপাঝাৰ,২৮ ফ্ৰেব্ৰুৱাাৰী: পৌৰসভা নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগেই তীব্ৰতৰ হৈছে নিৰ্বাচনী প্ৰচাৰ । সমানেই বাঢ়ি গৈছে দলীয় কৰ্মকৰ্তাৰ confidence । ছিপাঝাৰত পোন প্ৰথমবাৰৰ বাবে হ'ব লগা পৌৰসভা নিৰ্বাচনকলৈ ( municipal election in Sipajhar) চলিছে বিজেপিৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ । নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক তথা মঙলদৈ লোকসভাৰ সাংসদ দিলীপ শইকীয়াই ৷

বিজেপিক ভোট দিবলৈ উত্ৰাৱল হৈ আছে ছিপাঝাৰবাসী

সাংসদগৰাকীয়ে চহৰখনৰ দ্ৰুত উন্নয়নৰ স্বাৰ্থত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিবলৈ ৰাইজক আহবান জনায় ৷ লগতে বিজেপিক ভোট দিবলৈ ছিপাঝাৰবাসী উত্ৰাৱল হৈ আছে বুলিও মন্তব্য শইকীয়াৰ। পৌৰসভাৰ দহখন আসনেই পাব বিজেপি মিত্ৰজোঁটে ৷ বিজেপিৰ নেতৃত্বতে গঠন হ'ব প্ৰথমখন পৌৰসভা ৷ নিৰ্বাচনী সভাখনত অংশ লৈ এই দাবী কৰে শইকীয়াই ।

৬নং ৱাৰ্ডৰ লেখাৰুপাৰা আৰু ৪নং ৱাৰ্ডৰ ঘোঁৰাবান্ধাত হোৱা দুখন কৈ ৰাজহুৱা সভাত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ সময়ত সাংসদ গৰাকীৰ লগত উপস্থিত থাকে স্থানীয় বিধায়ক ড° পৰমানন্দ ৰাজবংশীৰ লগতে উপস্থিত থাকে বিজেপি আৰু এজিপি দলৰ জিলাপৰ্যায়ৰ নেতৃবৃন্দ ৷

লগতে পঢ়ক: Majuli By Election 2022 : মাজুলীত নিৰ্বাচনী সভা স্থগিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.