- পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল এজন চৰকাৰী কৰ্মচাৰী (Vigilance and Anti Corruption Branch operation)
- উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল পূব মঙলদৈ উন্নয়ন খণ্ডৰ এজন সহকাৰী উন্নয়ন বিষয়া (Mangaldoi ADO arrested for taking bribe)
- দুৰ্নীতি নিবাৰক শাখাই হাতে লোতে ধৰিলে বিষয়াগৰাকীক
- ধৃত সহকাৰী উন্নয়ন বিষয়াগৰাকীৰ নাম সুজিত ঠাকুৰীয়া