ETV Bharat / state

মঙলদৈত ৰাজ্যৰ প্ৰথমখন আত্মসাহয়ক গোটৰ সাপ্তাহিক বজাৰ - weekly market

শনিবাৰৰ উদ্বোধণ কৰা হ'ল ৰাজ্যৰ প্ৰথমখন আত্মসহায়ক গোটৰ সাপ্তাহিক বজাৰ । যিখন বজাৰত কেৱল মহিলা সকলেই সামগ্ৰী বিক্ৰী কৰিব পাৰিব। এই বজাৰ খনে মহিলা সৱলীকৰণৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে ৷

মঙলদৈত আৰম্ভ হ’ল মহিলাৰ সাপ্তাহিক বজাৰ
author img

By

Published : Jul 7, 2019, 7:38 AM IST

মঙলদৈ 7 জুনঃ শনিবাৰৰ পৰা আৰম্ভ হ’ল মঙ্গলদৈত এখন মহিলা সাপ্তাহিক বজাৰ। যিখন বজাৰত কেৱল মহিলা সকলেই সামগ্ৰী বিক্ৰী কৰিব পাৰিব। মহিলা সবলীকৰণৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰিব পাৰি এই বজাৰ খনৰ জৰিয়তে। প্ৰথম দিনৰ পৰাই ৰাইজৰ বিপুল সহাৰি দেখা গ’ল বজাৰ খনত ৷ মঙলদৈ পৌৰ সভাৰ অধীনত মহিলা আত্ম সহায়ক গোট তথা মহিলা উদ্যোগীৰ বাবে অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানৰ অধীনত মঙলদৈ চহৰৰ মাজ মজিয়াত আৰম্ভ হ’ল এই বৃহৎ মহিলা বজাৰ। মঙলদৈ পৌৰ সভাৰ অধীনত থকা 180 তা আত্ম সহায়ক গোটে অংশ গ্ৰহন কৰে বজাৰ খনত। মঙলদৈ চহৰৰ ক্লক টাৱাৰৰ(clock tower) পৰা জয়ন্ত হাজৰিকা উদ্যানৰ লৈকে৷ প্ৰতিটো আত্ম সহায়ক গোটে নিজৰ ঘৰত উৎপাদিত সামগ্ৰীৰ লগতে থলুৱা সামগ্ৰীও বিক্ৰী কৰিব লৈ আহে বজাৰ খনলে। এই সাপ্তাহিক বজাৰখনে মহিলা সকলক থলুৱা আৰু ঘৰুৱা উৎপাদিত সামগ্ৰী উৎপাদনত বিশেষ ভাৱে উৎসাহ জনাব। শাক পাচলি, থলুৱা গামোচা, লাৰু পিঠাৰ পৰা আৰম্ভ কৰি সকলো সামগ্ৰিৰ উপলব্ধ হব এই বজাৰ খনত। প্ৰতি শনিবাৰে অনুষ্ঠিত হ’ব লগীয়া এই বজাৰখন অসমৰ ভিতৰতে আত্ম সহায়ক গোট ৰ প্ৰথম সাপ্তাহিক বজাৰ। এই বজাৰ খন উদ্ধোধন কৰে বিধায়ক গুৰুজ্যোতি দাসে ৷

Intro:##মঙ্গলদৈত আজিৰে পৰা আৰম্ভ হল মহিলা সাপ্তাহিক বজাৰ।

##বজাৰ শুভ উদ্বোধন কৰে মঙলদৈ বিধায়ক গুৰু জ্যোতি দাসে।

##বজাৰৰ প্ৰথম দিনাই ৰাইজৰ বিপুল সহাৰি।Body:
আজিৰে পৰা আৰম্ভ হল মঙ্গলদৈত এখন মহিলা সাপ্তাহিক বজাৰ। যিখন বজাৰত কেৱল মহিলা সকলেই সামগ্ৰী বিক্ৰী কৰিব পাৰিব। প্ৰতি শনিবাৰে হব এই সাপ্তাহিক বজাৰ।মহিলা সবলীকৰণৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰিব পাৰি এই বজাৰ খনৰ জৰিয়তে।।প্ৰথম দিনৰ পৰাই ৰাইজৰ বিপুল সহাৰি।মঙলদৈ পৌৰ সভাৰ অধীনত মহিলা আত্ম সহায়ক গোট তথা মহিলা উদ্যোগীৰ বাবে অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানৰ অধীনত মঙলদৈ চহৰৰ মাজ মজিয়াত আৰম্ভ হল এই বৃহৎ মহিলা বজাৰ। মঙলদৈ পৌৰ সভাৰ অধীনত থকা 180 তা আত্ম সহায়ক গোটে অংশ গ্ৰহন কৰে বজাৰ খনত। মঙলদৈ চহৰৰ ক্লক টাৱাৰৰ(clock tower) পৰা জয়ন্ত হাজৰিকা উদ্যানৰ লৈকে প্ৰতিটো আত্ম সহায়ক গোটে নিজৰ ঘৰত উৎপাদিত সামগ্ৰীৰ লগতে থলুৱা সামগ্ৰীও বিক্ৰী কৰিব লৈ আহে বজাৰ খনলে। এই সাপ্তাহিক বজাৰখনে মহিলা সকলক থলুৱা আৰু ঘৰুৱা উৎপাদিত সামগ্ৰী উৎপাদনত বিশেষ ভাৱে উৎসাহ জনাব। শাক পাচলি, থলুৱা গামোচা, লাৰু পিঠাৰ পৰা আৰম্ভ কৰি সকলো সামগ্ৰিৰ উপলব্ধ হব এই বজাৰ খনত। প্ৰতি শনিবাৰে অনুষ্ঠিত হব লগীয়া এই বজাৰখন অসমৰ ভিতৰতে আত্ম সহায়ক গোট ৰ প্ৰথম সাপ্তাহিক বজাৰ। যি সময়ত মহিলা সবলীকৰণৰ কথা কোৱা হৈছে এই সাপ্তাহিক বজাৰ খনে এক বিশেষ ভূমিকা গ্ৰহণ কৰিব মহিলা সবলিকৰণৰ ক্ষেত্ৰত লগতে মহিলা সকলক আত্ম নিৰ্ভৰশীল হোৱাত সহায় কৰিব এই বজাৰ খনৰ জৰিয়তে।

Conclusion:বজাৰখনৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে মঙলদৈ সমষ্টিৰ বিধায়ক গুৰু জ্যোতি দাস, পৌৰপতি জীৱন ছিল, বিশিষ্ট সমাজ কৰ্মী নীলিমা দেৱীৰ লগতে বহুতো লোক উপস্থিত থাকে।
Debabrat goswami.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.