মঙলদৈ, 29 মাৰ্চ:লোকসভা নিৰ্বাচনক লৈ তুংগত উঠিছে শাসক বিৰোধী দলৰ নিৰ্বাচনী প্ৰচাৰ ৷ বৃহস্পতিবাৰে মঙলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত খাৰুপেটীয়াত বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই প্ৰথমখন নিৰ্বাচনী প্ৰচাৰ চলায় ৷ শইকীয়াই সভাত কংগ্ৰেছ কা হাত দালালো কী সাথ বুলি উল্লেখ কৰি বিৰোধী দলটোক ক্ষুৰধাৰ সমালোচনা কৰে ৷ লগতে কংগ্ৰেছৰ কটা হাত, চুৰি কৰা হাতক মঙলদৈ সমষ্টিৰ পৰা চিৰ বিদায় দিয়াৰ কাৰণে সৰ্বসাধাৰণক আহ্বান জনায় ৷
কংগ্ৰেছ কা হাত দালালো কী সাথঃ দিলীপ শইকীয়া - Etv Bharat Assam
কংগ্ৰেছৰ কটা হাত, চুৰি কৰা হাতক মঙলদৈ সমষ্টিৰ পৰা চিৰ বিদায় দিয়াৰ কাৰণে সৰ্বসাধাৰণক আহ্বান জনায় ৷ বিজেপিৰ প্ৰাৰ্থীজনে কয় যে বিভিন্ন জাতি জনগোষ্ঠী, ভাষা-ভাষী তথা সকলো ধৰ্মাৱলম্বী লোকৰ সম অধিকাৰ, সম বিকাশ, সম-মৰ্যদা প্ৰতিষ্ঠাৰ বাবে মোদী চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ ৷
কংগ্ৰেছ কা হাত দালালো কী সাথ: দিলীপ শইকীয়া
মঙলদৈ, 29 মাৰ্চ:লোকসভা নিৰ্বাচনক লৈ তুংগত উঠিছে শাসক বিৰোধী দলৰ নিৰ্বাচনী প্ৰচাৰ ৷ বৃহস্পতিবাৰে মঙলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত খাৰুপেটীয়াত বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই প্ৰথমখন নিৰ্বাচনী প্ৰচাৰ চলায় ৷ শইকীয়াই সভাত কংগ্ৰেছ কা হাত দালালো কী সাথ বুলি উল্লেখ কৰি বিৰোধী দলটোক ক্ষুৰধাৰ সমালোচনা কৰে ৷ লগতে কংগ্ৰেছৰ কটা হাত, চুৰি কৰা হাতক মঙলদৈ সমষ্টিৰ পৰা চিৰ বিদায় দিয়াৰ কাৰণে সৰ্বসাধাৰণক আহ্বান জনায় ৷
A_DARRANG_28MAR_801_BJP_D SAIKIA【FTP KSRISO】
## খাৰুপেটীয়াত বিজেপিৰ প্ৰথমটো নিৰ্বাচনী সভা ।
## সংখ্যালঘু -সংখ্যাগুৰু মিলি কৰিব লাগিব ভাৰতক বিশ্বগুৰু ।
##" কংগ্ৰেছ কা হাত দালালো কী সাথ "।
Anchor ==
## মঙলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত খাৰুপেটীয়াত বিজেপিৰ প্ৰথমটো নিৰ্বাচনী সভা বৃহস্পতিবাৰে অনুষ্ঠিত হয় । সভাত বিজেপিৰ প্ৰাৰ্থী দিলীপ
শইকীয়াই কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কয় "কংগ্ৰেছ কা হাত দালালো কী সাথ " সেয়ে কংগ্ৰেছৰ কটা হাত,চুৰি কৰা হাত মঙলদৈ সমষ্টিৰ পৰা চিৰ বিদায় দি বিভিন্ন জাতি জনগোষ্ঠী,ভাষা-ভাষী, সকলো ধৰ্মাৱলম্বী লোকৰ সম অধিকাৰ,সম বিকাশ,সম- মৰ্যদা প্ৰতিষ্ঠা কৰাৰ বাবে প্ৰতিশ্ৰুতি বদ্ধ মোদী চৰকাৰ । সেয়ে সংখ্যালঘু সংখ্যাগুৰু মিলি কৰিব লাগিব ভাৰতক বিশ্বগুৰু । লগতে মূল্যবৃদ্ধি ৰোধ কৰাত সমৰ্থ হোৱা বিজেপিক পদুম ফুলত ভোট দিবলৈ আহ্বান জনায় অগপ, বি পি এফ আৰু বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই ।
=======
দেবব্ৰত গোস্বামী গোস্বামী :দৰং
Last Updated : Mar 29, 2019, 4:26 AM IST