ETV Bharat / state

বেদখলমুক্ত হ'লনে দৰঙৰ 77,420 বিঘা ভূমি? - পুনৰ বেদখল ছিপাঝাৰ

উচ্চেদৰ প্ৰায় তিনি বছৰৰ ভিতৰতেই পুনৰ বেদখল চলিচে উচ্চেদিত অঞ্চলত ৷ উচ্চেদৰ নামত নাটক কৰিয়েই প্ৰশাসনে দায়িত্ব সামৰিছে বুলি অভিযোগ আনিছে দৰং জিলা আছু, প্ৰবজন বিৰোধী মঞ্চকে ধৰি জিলাখনৰ বিভিন্ন দল সংগঠনে ৷

বেদখলমুক্ত হ'লনে দৰঙৰ 77,420 বিঘা ভূমি?
author img

By

Published : Sep 25, 2019, 7:50 PM IST

ছিপাঝাৰ, 25 চেপ্তেম্বৰঃ 2016 চনৰ 21 ডিচেম্বৰত প্ৰশাসনৰ নিৰ্দেশত বুলডজাৰ-জেচিবিৰে উচ্চেদ চলিছিল 66 নং ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কুৰুৱাৰ ফুহুৰাতলিত ৷ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই মুখ্যমন্ত্ৰীলৈ লিখা এখন পত্ৰ আৰু দৰং জিলাৰ বিভিন্ন-দল সংগঠনৰ প্ৰতিবাদৰ ফলস্বৰূপে জিলাৰ প্ৰশাসনে সন্দেহযুক্ত নাগৰিকে বেদখল কৰি থকা ভূমিত চলাইছিল উচ্চেদ ৷ চৰকাৰী নথিমতে বেদখল হৈ থকা ভূমিৰ পৰিমান আছিল 77,420 বিঘা ৷ তাৰে 12শ বিঘা পি.জি.আৰ ভূমিত উচ্চেদ চলাইছিল প্ৰশাসনে ৷

বেদখলমুক্ত হ'লনে দৰঙৰ 77,420 বিঘা ভূমি?

কিন্ত এই উচ্চেদৰ প্ৰায় তিনি বছৰৰ ভিতৰতেই পুনৰ বেদখল চলিচে উক্ত অঞ্চলত ৷ উচ্চেদৰ নামত নাটক কৰিয়েই প্ৰশাসনে দায়িত্ব সামৰিছে বুলি অভিযোগ আনিছে দৰং জিলা আছু, প্ৰবজন বিৰোধী মঞ্চকে ধৰি জিলাখনৰ বিভিন্ন দল সংগঠনে ৷

land-encroachment-at-sipajhar
বিধায়ক বিনন্দ কুমাৰ শইকীয়াই মুখ্যমন্ত্ৰীলৈ লিখা এখন পত্ৰখন

ইপিনে ৰাজ্য চৰকাৰ আৰু জিলা প্ৰশাসনৰ ভূমিকাত ক্ষুণ্ণ বিভিন্ন দল সংগঠন ৷ কিয়নো জাতি-মাটি-ভেটিৰ শ্ল'গানেৰে শাসনৰ বাঘজৰী লাভ কৰা বিজিপি চৰকাৰে এই সম্পৰ্কে লোৱানাই কোনো কঠোৰ পদক্ষেপ ৷ এতিয়া প্ৰশ্ন হয় চৰকাৰী কাৰ্যালয়- খেলপথাৰ আদিৰ বাবে ভূমিৰ পৰিমান কম হোৱা সমষ্টিটোত কি দৰে সংঘটিত হ'বলৈ পাইছিল অবৈধ বেদখল? কোনো ৰাজনৈতিক দল বা নেতাৰ ভোটৰ অংকৰ বাবেই সমাধান নোহোৱাকৈ ৰৈ যাব নেকি এই সমস্যা? উচ্চেদৰ নামত নামমাত্ৰ অভিযান চলায়ে প্ৰশাসনে সামৰিব নেকি নিজৰ দায়িত্ব? এই প্ৰশ্ন কেৱল আমাৰ নহয়, এই প্ৰশ্ন দৰং জিলাৰ সচেতন মহলৰ ৷

Intro:দৰঙৰ কুৰুৱাৰ ৭৪২০ বিঘা ভুমি সন্দেহ যুক্ত নাগৰিকৰ বেদখলBody:এখন নাটক যিখন নাটকৰ মূল পটভূমিৰ নায়ক দৰং জিলাৰ প্ৰশাসন।নাটক খন ৰহস্যময় নাটক।এই দৃশ্য লৈ মন কৰিলেই গম পোৱা যায় নাটকৰ কাহিনীৰ আঁৰৰ কথা। হয় আমি কবলৈ গৈছোঁ ছিপাঝাৰ সমষ্টিৰ ফুহুৰা তলি,ধানবাৰী,কিৰাকাতা আদি অঞ্চলৰ কথা৷ ৭৭৪২০ হাজাৰ বিঘা মাটিৰ কথা ।পিজিয়াৰ ,ভিজিয়াৰ মাটি আছিল কিন্ত সকলো মাটি বৰ্তমান সন্দেহ যুক্ত নাগৰিকৰ কবলত ৷বিভিন্ন সময়ত এই ভুমি উচ্ছেদৰ কাৰনে বিভিন্ন প্ৰতিবাদ কৰা পিছত ২০১৬ চনৰ,২১ ডিচেম্বৰ তাৰিখে ছিপাঝাৰ সমষ্টিৰ ফুহুৰাতলিৰ ধানবাৰী বজাৰৰ এই ৭৭ ৪২০ বিঘা বিঘা মাটিৰ প্ৰায় ১২শ বিঘা ভুমি সন্দেহ যুক্ৰ নাগৰিকৰ কবলৰ পৰা উদ্ধাৰ কৰে যদিও আকৌ পুনৰ সেই উচ্ছেদ কৰা অঞ্চলৰ ভুমি সম্পূৰ্ণ সন্দেহ যুক্ত নাগৰিকৰে ভৰি পৰিল । এতিয়া কথা হ'ল দৰং জিলা প্ৰশাসনৰ এই ৰহস্যময় নাটকৰ অন্ত কেতিয়া পৰিব ।নে প্ৰশাসনৰ লোকৰ কিবা গোপন অভিসন্ধি লুকাই আছে । সাধাৰণ জনতাৰ এতিয়া এটাই মাথোঁ প্ৰশ্ন দৰং জিলা প্ৰশাসনৰ এই নিৰবতাৰ আঁৰৰ ৰহস্য কি?
এই সন্দেহ যুক্ত নাগৰিক সকলক উচ্ছেদ কৰিব নে?
নে নিৰব ভাবে ফুহুৰা তলিৰ লগতে সমগ্ৰ ছিপাঝাৰ সমষ্টি বাংলাদেশীৰ ক'বললৈ যোৱাতো বাট চাই ৰ'ব।Conclusion:দৰঙৰ পৰা দেবব্ৰত গোস্বামী, ,
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.