ETV Bharat / state

দৰঙত একে নিশাই চোৰে চুৰি কৰিলে 9টাকৈ গৰু - গৰু

দৰং জিলাৰ চৰ-চাপৰি অঞ্চলত সংঘটিত হৈছে গৰু চুৰি ঘটনা ৷ একে নিশাই চোৰে চুৰি কৰি নিয়ে 9 টাকৈ গৰু ৷ অঞ্চলটোৰ ৰাইজৰ অভিযোগ, চৰ অঞ্চলত বাস কৰা বাংলাদেশী মূলৰ সংখ্যালঘু সম্প্ৰদায়ৰ একাংশ লোক জড়িত আছে এই চুৰিকাণ্ডত ৷

In Darrang, 9 cows is stolen by thieves
দৰঙত একে নিশাই চোৰে চুৰি কৰিলে 9টাকৈ গৰু
author img

By

Published : Oct 31, 2020, 9:02 AM IST

দৰং,31অক্টোবৰঃ ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে গৰু চুৰিৰ ঘটনা ৷ দৰঙত একে নিশাই চোৰে চুৰি কৰি নিয়ে 9 টাকৈ গৰু ৷ দৰং জিলাৰ চৰ-চাপৰি অঞ্চলত সংঘটিত হৈছে এই ঘটনা ৷ অঞ্চলটোৰ ৰাইজৰ অভিযোগ, চৰ অঞ্চলত বাস কৰা বাংলাদেশী মূলৰ সংখ্যালঘু সম্প্ৰদায়ৰ একাংশ লোক জড়িত আছে এই চুৰিকাণ্ডত ৷

দৰঙত একে নিশাই চোৰে চুৰি কৰিলে 9টাকৈ গৰু

বৃহস্পতিবাৰে নিশা সংঘটিত হোৱা এই ঘটনাত চোৰে চুৰি কৰি লৈ যায় 4 টাকৈ বলধ গৰু, 2জনী খিৰতী গাই আৰু তিনিটা দামুৰী ৷ ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত গৰুৰ গৰাকীয়ে এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে এইক্ষেত্ৰত বৰ্তমান পৰ্যন্ত গ্ৰহণ কৰা নাই কোনো ধৰণৰ ব্যৱস্থা ৷

লগতে পঢ়কঃ ফ্ৰান্স ৰাষ্ট্ৰপতিৰ এক বিতৰ্কিত মন্তব্যক লৈ মুছলমান সম্প্ৰদায়ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.