ETV Bharat / state

বুঢ়া আৰক্ষী চকীৰ নিলম্বিত আই চি মহেন্দ্ৰ শৰ্মাৰ মঙলদৈ সদৰ থানাত যোগদান - mangaldai police station news

সাংবাদিকৰ সন্মুখত প্ৰথমবাৰৰ বাবে নিজৰ মত প্ৰকাশ কৰে মহেন্দ্ৰ শৰ্মাই ৷ নিজকে নিৰ্দোষী বুলি মন্তব্য কৰি মহেন্দ্ৰ শৰ্মাই ঘটনা সন্দৰ্ভত ন্যায় লাভ কৰিব বুলি আশা প্ৰকাশ কৰে ৷

বুঢ়া আৰক্ষী চকীৰ নিলম্বিত আই চি মহেন্দ্ৰ শৰ্মাৰ মঙলদৈ সদৰ থানাত যোগদান
author img

By

Published : Nov 8, 2019, 10:34 PM IST

দৰং, 8 নৱেম্বৰঃ দৰঙৰ বুঢ়া আৰক্ষী চকীৰ নিলম্বিত আই চি মহেন্দ্ৰ শৰ্মাৰ মঙলদৈ সদৰ থানাত যোগদান ৷ ৮ চেপ্টেম্বৰত বুঢ়া আৰক্ষী চকীত তিনিগৰাকী মহিলাক প্ৰহাৰ কৰাৰ অভিযোগত ১৭ চেপ্টেম্বৰত নিলম্বিত হৈছিল আই চি মহেন্দ্ৰ শৰ্মা ৷

আই চি মহেন্দ্ৰ শৰ্মাৰ মঙলদৈ সদৰ থানাত যোগদান

আনহাতে, সাংবাদিকৰ সন্মুখত প্ৰথমবাৰৰ বাবে নিজৰ মত প্ৰকাশ কৰে মহেন্দ্ৰ শৰ্মাই ৷ নিজকে নিৰ্দোষী বুলি মন্তব্য কৰি মহেন্দ্ৰ শৰ্মাই ঘটনা সন্দৰ্ভত ন্যায় লাভ কৰিব বুলি আশা প্ৰকাশ কৰে যদিও তদন্তৰ আওতাত থকা তিনিগৰাকী মহিলাৰ নিৰ্যাতন সন্দৰ্ভত মন্তব্য কৰাৰা পৰা বিৰত থাকে আই চি গৰাকী ৷

Intro:

দৰঙৰ বুঢ়া আৰক্ষী চকীৰ নিলম্বিত IC মহেন্দ্ৰ শৰ্মা মঙলদৈ সদৰ থানাত যোগদান ৷

Body:

দৰঙৰ বুঢ়া আৰক্ষী চকীৰ নিলম্বিত IC মহেন্দ্ৰ শৰ্মা মঙলদৈ সদৰ থানাত যোগদান ৷

৮ চেপ্টেম্বৰত বুঢ়া আৰক্ষী চকীত তিনিগৰাকী মহিলাক প্ৰহাৰ কৰাৰ অভিযোগত ১৭ চেপ্টেম্বৰত নিলম্বন হৈছিল IC মহেন্দ্ৰ শৰ্মা ৷

কেমেৰাৰ সন্মুখত প্ৰথমবাৰৰ বাবে মুখ খুলিলে IC মহেন্দ্ৰ শৰ্মাই ৷
শৰ্মাই ন্যায় পাব বুলি গভীৰ বিশ্বাসী ৷

নিজকে নিৰ্দোষী বুলি মন্তব্য কৰে মহেন্দ্ৰ শৰ্মাই৷

তদন্তৰ আওতাত থকা তিনিগৰাকী মহিলাৰ নিৰ্যাতন সন্দৰ্ভত কোনো মন্তব্য নকৰিলে মহেন্দ্ৰ শৰ্মাই ৷

Byte মহেন্দ্ৰ শৰ্মাৰ

Conclusion:Debabrat goswami, Darrang
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.