ETV Bharat / state

ভাং সৰবৰাহকাৰীৰ বিৰুদ্ধে দৰঙত আৰক্ষীৰ অভিযান

দৰং আৰক্ষীৰ অধীক্ষক অমৃত ভূঞা আৰু উপ-আৰক্ষী অধীক্ষক মামণি হাজৰিকাৰ নেতৃত্বত এটা অভিযানকাৰী দলে ভাং সৰবৰাহকাৰী বিৰুদ্ধে অভিযান চলাই ৷ এই অভিযানত জব্দ বৃহৎ হয় পৰিমাণৰ ভাং ৷

author img

By

Published : May 20, 2019, 2:52 PM IST

চোৰাং ভাং সৰবৰাহকাৰীৰ বিৰুদ্ধে দৰঙত আৰক্ষীৰ অভিযান

দৰং , 20 মে': দৰঙত চোৰাং ভাং সৰবৰাহকাৰী বিৰুদ্ধে সৰৱ দৰং আৰক্ষী ৷ এক গোপন সূত্ৰৰ পম খেদি দৰং আৰক্ষীৰ অধীক্ষক অমৃত ভূঞা আৰু উপ-আৰক্ষী অধীক্ষক মামণি হাজৰিকাৰ নেতৃত্বত এটি অভিযানকাৰী দলে ভাং সৰবৰাহকাৰী বিৰুদ্ধে অভিযান চলাই ৷ এই অভিযানত আৰক্ষীয়ে এখন ইয়ন বাহনৰ পৰা 60 কিলেগ্ৰাম ভাং জব্দ কৰে ৷

চোৰাং ভাং সৰবৰাহকাৰীৰ বিৰুদ্ধে দৰঙত আৰক্ষীৰ অভিযান

জানিব পৰা মতে আৰক্ষীয়ে অভিযান চলাই থকাৰ সময়ত, এটা চোৰাং সৰবৰাহকাৰীৰ দলে এখন ইয়ন বাহনেৰে আৰক্ষীৰ বেৰিকেড ভাঙি পলায়ন কৰিছিল ৷ ইয়াৰ পাচতে আৰক্ষীয়ে পলায়ন কৰা বাহন খনৰ পিচে পিচে অনুসৰণ কৰি চিপাঝাৰৰ শিঙিমাৰীত AS-12K-6940 নম্বৰৰ ইয়ন বাহনখন জব্দ কৰে ৷ জব্দকৃত বাহনখনৰ পৰা আৰক্ষীয়ে 60 কিলেগ্ৰাম ভাং জব্দ কৰে ৷ অৱশ্যে গাড়ী খনত থকা সৰবৰাহকাৰী কেইজনে গাড়ীতে ম'বাইল আৰু অন্য সামগ্ৰী এৰি পলায়ন কৰে ৷

Intro:চোৰাং ভাং সৰবৰাহকাৰী বিৰুদ্ধে দৰং আৰক্ষীৰ অভিযান । গোপন খবৰৰ ভিত্তিত দৰং আৰক্ষীৰ অধীক্ষক অমৃত ভূঞা আৰু উপ-আৰক্ষী অধীক্ষক মামণি হাজৰিকাৰ নেতৃত্বত চলোৱা এটি অভিযানত এখন EON বাহনৰ পৰা প্ৰায় ৬০ কেজি ভাং জব্দ । আৰক্ষীৰ বেৰিকেট ভাঙি পলায়ন কৰা বাহন এৰি পলাল চোৰাং সৰবৰাহকাৰী । খেদি খেদি চিপাঝাৰৰ শিঙিমাৰিত উদ্ধাৰ AS 12 K 6940 নম্বৰৰ EON বাহন খন । গাড়ীতে ম'বাইল, চেন্ডেল এৰি পলায়ন চোৰাং সৰবৰাহকাৰী ।Body:চোৰাং ভাং সৰবৰাহকাৰী বিৰুদ্ধে দৰং আৰক্ষীৰ অভিযান । গোপন খবৰৰ ভিত্তিত দৰং আৰক্ষীৰ অধীক্ষক অমৃত ভূঞা আৰু উপ-আৰক্ষী অধীক্ষক মামণি হাজৰিকাৰ নেতৃত্বত চলোৱা এটি অভিযানত এখন EON বাহনৰ পৰা প্ৰায় ৬০ কেজি ভাং জব্দ । আৰক্ষীৰ বেৰিকেট ভাঙি পলায়ন কৰা বাহন এৰি পলাল চোৰাং সৰবৰাহকাৰী । খেদি খেদি চিপাঝাৰৰ শিঙিমাৰিত উদ্ধাৰ AS 12 K 6940 নম্বৰৰ EON বাহন খন । গাড়ীতে ম'বাইল, চেন্ডেল এৰি পলায়ন চোৰাং সৰবৰাহকাৰী ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.