ETV Bharat / state

দৰঙৰ কেইবাটাও ভোট গ্ৰহণ কেন্দ্ৰত বিসংগতি

author img

By

Published : Apr 18, 2019, 9:26 AM IST

11 এপ্ৰিলত 2019 লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হোৱাৰ পাচতে আজি 5 টা সমষ্টিত অনুষ্ঠিত হয় দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷ তেনে সময়তে আজি দৰঙৰ কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰত ইভি এম বিকল হোৱা পৰিলক্ষিত হ'ল ৷

দৰঙৰ কেইবাটাও ভোট গ্ৰহণ কেন্দ্ৰত বিসংগতি

দৰং , 18 এপ্ৰিল : আজি 5 টা সমষ্টিত অনুষ্ঠিত হয় 2019 লোকসভা নিৰ্বচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷ তেনে সময়তে দৰঙৰ কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰত বিভিন্ন ধৰণৰ বিসংগতি পৰিলক্ষিত হ'ল ৷

ETV BHARAT

দৰঙৰ ডাহী গাঁও পঞ্চায়ত এলেকাৰ নিজডাহী ভোট গ্ৰহণকেন্দ্ৰৰ 4 নং আৰু 5নং কেন্দ্ৰৰ দুয়োটা ইভিএম আৰু দুনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 80 ,81 , 82 ভোটকেন্দ্ৰটো ইভিএম বিকল হোৱা দেখিবলৈ পোৱা গ'ল ৷ ইপিনে দেওমৰনৈ গাঁও পঞ্চায়ত এলেকাৰ বৰিগাঁও ভোটগ্ৰহণ কেন্দ্ৰৰ 37 আৰু 38 নম্বৰ কেন্দ্ৰ দুটাত এই পৰ্যন্ত ভোটদান আৰম্ভ হোৱা নাই ৷ সেয়ে পুৱাৰে পৰা ভোট দিবৰ বাবে শাৰী পাতি থকা ভোটাৰ ৰাইজ অতিষ্ঠ হৈ পৰা পৰিলক্ষিত হয় ৷

ডাহী গাও পঞ্চায়ত এলেকাৰ নিজডাহী  ভোট গ্ৰহনকেন্দ্ৰৰ 4 নং আৰু 5নং কেন্দ্ৰ ৰ দুয়োটা ভোটিং মেচিন বিকল # ৰাতিপুৱাৰে পৰা ৰাইজ শাৰীপাতি থিয় হৈ আছে  #
 ইফালে দেওমৰনৈ গাও পঞ্চায়ত এলেকাৰ বৰিগাও ভোটগ্ৰহনকেন্দ্ৰৰ 37 আৰু 38 নম্বৰ কেন্দ্ৰ দুটাত এই পয্যন্ত ভোটদান হোৱা নাই # ৰাতিপুৱাৰে পৰা শাৰী পাতি থকা ভোটাৰ ৰাইজ অতিষ্ঠ হৈ পৰিছে ##

 দেবব্ৰত গোস্বামী, দৰঙ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.