ETV Bharat / state

মঙলদৈত ভূৱনেশ্বৰ কলিতাৰ হৈ ৰকিবুলৰ নিৰ্বাচনী সভা

অগপৰ তিনি জন নেতাই কাৰোবাৰ ভৰিত ধৰি মন্ত্ৰী হৈ থকাটো তৃণমূল পৰ্যায়ৰ কৰ্মী সকলে ভাল পোৱা নাই বুলিও মন্তব্য হুছেইনৰ ৷

মঙলদৈত ভূৱনেশ্বৰ কলিতাৰ হৈ ৰকিবুলৰ নিৰ্বাচনী সভা
author img

By

Published : Apr 15, 2019, 1:18 AM IST

মঙলদৈ, ১৪ এপ্ৰিলঃ মঙলদৈ বিধান সভা সমষ্টিৰ পূব মঙলদৈত ভুৱনেশ্বৰ কলিতাৰ হৈ ৰকিবুল হুছেইনৰ নিৰ্বাচনী প্ৰচাৰ । প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে হিমন্ত বিশ্ব শৰ্মাক সমালোচনা ৰকিবুলৰ ।

মঙলদৈত ভূৱনেশ্বৰ কলিতাৰ হৈ ৰকিবুলৰ নিৰ্বাচনী সভা

নিৰ্বাচনী সভাত ৰকিবুল হুছেইনে নৰেন্দ্ৰ মোদীয়ে মেক ইন ইন্দিয়া. ডিজিটেল ইণ্ডিয়াৰ যিবোৰ আঁচনি আনিলে সৰ্বসাধাৰণ লোক কিন্তু তিলমানো তাৰপৰা উপকৃত হোৱা নাই বুলি মন্তব্য কৰে । লগতে অগপৰ তিনি জন নেতাই কাৰোবাৰ ভৰিত ধৰি মন্ত্ৰী হৈ থকাটো তৃণমূল পৰ্যায়ৰ কৰ্মী সকলে ভাল পোৱা নাই বুলিও মন্তব্য হুছেইনৰ ৷ ভাষণ প্ৰসংগত হুছেইনে এইবাৰ ৰাহুল গান্ধী ভাৰতৰ প্ৰধানমন্ত্ৰী হব বুলি কোৱাৰ লগতে ভুৱনেশ্বৰ কলিতা জয়ী হলে আপোনালোকৰ সকলো সমস্যা সমাধান কৰি দিব বুলি কয় উপস্থিত ৰাইজৰ ওচৰত ।

A_DARRANG_14APL_806_CNG_RAKI
         【FTP】
ডিজিটেল ইন্ডিয়া, মেকইন ইন্ডিয়া খাই নে পিন্ধেঃৰকিবুল হুছেইন

আজি গৰুবিহুৰ দিনা মঙলদৈ ৰ গা ধোৱা চাপৰিত  ৰকিবুল হুছেইনে ভুৱনেশ্বৰ কলিতাৰ হৈ নিৰ্বাচনী প্ৰচাৰ কৰে মঙলদৈ বিধান সভাৰ সমষ্টিৰ অন্তৰ্গত পূব মঙলদৈত।ভাষনত হুচেইনে  কংগ্ৰেছৰে নহয় আনকি অগপৰ ভোটো ভূৱনেশ্বৰ কলিতাক ভোট দিব; কিয়নো এজিপিৰ তিনি জন নেতা ই  কাৰোবাৰ ভৰিত ধৰি মন্ত্ৰী হৈ থকাটো তৃণমূল পৰ্যায়ৰ কৰ্মী সকলে ভাল পোৱা নাই৷এইবাৰ ৰাহুল গান্ধী ভাৰতৰ প্ৰধানমন্ত্ৰী হব, ভুৱনেশ্বৰ কলিতা ভাৰতৰ মন্ত্ৰী হব আপোনালোকৰ সকলো সমস্যা সমাধান কৰি দিব।মেকইন ইণ্ডিয়া,ডিজিটেল ইণ্ডিয়া আদি দুখিয়া মানুহে আওভাও নোপোৱা কিছুমান আচনি আনিলে যাৰ দ্বাৰা আমাৰ একো নহল৷আনহাতে ৰকিবুল হুচেনে ই মন্তী হিমন্ত বিশ্চ শৰ্মাকো সমলোচনা কৰে
DEBABRAT GOSWAMI. DARRANG
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.