ETV Bharat / state

অনুষ্টুপীয়া কাৰ্যসূচীৰে দৰঙত দুৰ্গা পূজা পালন

author img

By

Published : Oct 23, 2020, 1:50 PM IST

বিশ্বৰ ইতিহাসত 2020 বৰ্ষতো যেন এক আতংকময় দিন হিচাপে পৰিগণিত হৈ ৰ'ব চিৰদিন ৷ মহামাৰীৰ পয়োভৰৰ বাবে হয়তো প্ৰথমবাৰৰ দেশবাসীয়ে অনুষ্টুপীয়াকৈ পালন কৰিছে বহু অপেক্ষিত উৎসৱ-পাৰ্বন ৷

দুৰ্গা পূজা
দুৰ্গা পূজা

দৰং, 23 অক্টোবৰ: সকলো পূজা সমিতিয়ে জাক-জমকতা পৰিহাৰ কৰি কেৱল ধৰ্মীয় আনুষ্ঠানিকতৈ ৰক্ষা কৰি আয়োজন কৰিছে দুৰ্গা পূজা ৷ এইবাৰ শাৰদীয় দুৰ্গোৎসৱত নাই পূৰ্বৰ উচাহ ৷ আগৰ দৰে এইবাৰ পূজা উপলক্ষে নাথাকিব মেলা বা অস্থায়ী দোকানো ৷

COVID প্ৰট'কল মানি সকলো পূজা সমিতিয়েই আগবাঢ়ি আহিছে দুৰ্গা দেৱীৰ স্তুতিৰ বাবে

কিন্তু জাক-জমকতা নহ'লেও, জন সমাগম নহ'লেও COVID প্ৰট'কল মানি সকলো পূজা সমিতিয়েই আগবাঢ়ি আহিছে দুৰ্গা দেৱীৰ স্তুতিৰ বাবে ৷ চৰকাৰে জাৰি কৰা নিয়ম অনুসৰিয়েই মঙলদৈতো মীমিত কাৰ্যসূচী আৰু লোকেৰে দেখিবলৈ পোৱা গ'ল পূজাৰ আনুষ্ঠানিকতা ৷

অনুষ্টুপীয়া কাৰ্যসূচীৰে দৰঙত দুৰ্গা পূজা পালন

লগতে পঢ়ক: আজি মহাসপ্তমী: গুৱাহাটীত কোভিড নিয়মৰ মাজেৰেই চলিছে পূজা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.