ETV Bharat / state

দৰঙত অন্ন সুৰক্ষা আঁচনিৰ চাউল হৰলুকিৰ অভিযোগ - দৰঙত যোগান বিভাগে বাতিল কৰে সমবায়ৰ অনুজ্ঞাপত্ৰ

খীৰতি গাইত পৰিণত হৈছে দৰঙৰ পাথৰিঘাট সমবায় সমিতি ৷ দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলৰ বাবে এক টকাত যোগান ধৰা ৮০ বেগ চাউল হৰলুকি হ'ল পাথৰিঘাট সমবায়ৰ পৰা ৷ এজেন্টে সময়ত চাউল নাপায় অভিযোগ দিয়ে জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগক ৷ অৱশেষত উপায়ুক্তৰ নিৰ্দেশ মৰ্মে যোগান বিভাগে বাতিল কৰে সমবায়খনৰ অনুজ্ঞাপত্ৰ ৷

দৰঙত অন্ন সুৰক্ষা আঁচনিৰ চাউল হৰলুকি
author img

By

Published : Oct 23, 2019, 1:22 PM IST

Updated : Oct 23, 2019, 1:33 PM IST

দৰং, 23 অক্টোবৰঃ দৰঙত চৰকাৰে যোগান ধৰা অন্ন সুৰক্ষা আঁচনিৰ চাউল হৰলুকি ৷ পাথৰিঘাট গাঁও পঞ্চায়ত সমবায় সমিতিত সংঘটিত হৈছে এই ঘটনা ৷ দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলৰ বাবে এক টকাত যোগান ধৰা ৮০ বেগ চাউল হৰলুকি হ'ল পাথৰিঘাট সমবায়ৰ পৰা ৷ পাচত এজেন্টে সময়ত চাউল নোপোৱাৰ অভিযোগ দাখিল কৰে জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগক ৷ ইপিনে যোগান বিভাগে আৰম্ভ কৰা তদন্তত ধৰা পৰে ৮০ বেগ চাউল হৰলুকি হোৱাৰ তথ্য ৷ অৱশেষত উপায়ুক্তৰ নিৰ্দেশ মৰ্মে যোগান বিভাগে বাতিল কৰে সমবায়খনৰ অনুজ্ঞাপত্ৰ ৷

দৰঙত অন্ন সুৰক্ষা আঁচনিৰ চাউল হৰলুকি

উল্লেখ্য যে পূৰ্বতেও সমবায় সমিতিখনত দুবাৰকৈ সংঘটিত হৈছিল চাউল হৰলুকিৰ ঘটনা ৷ যাৰ বাবে সমবায়খনৰ বাতিল হৈছিল অনুজ্ঞাপত্ৰ ৷ জেল হাজোতলৈ গৈছিল সমবায়খনৰ দায়িত্বত থকা হৰেশ্বৰ ডেকা নামৰ এজন লোক ৷ কিন্তু তৃতীয় বাৰো পুনৰ অনুৰুপ ঘটনা সংঘটিত হোৱাত হাহাকাৰ লাগিছে এতিয়া হিতাধিকাৰী সকলৰ মাজত ৷

লগতে চাওক-তেজপুৰ আইন মহাবিদ্যালয়ত আয়কৰ বিভাগৰ অভিযান

Intro:সমবায় সমিতিত ৮০ বেগ অন্ন সুৰক্ষা আঁচনিৰ চাউল হৰলুকি ৷

-- দৰঙত অন্ন সুৰক্ষা আঁচনিৰ চাউল হৰলুকি ৷

পাথৰিঘাট গাঁও পঞ্চায়ত সমবায় সমিতিত এই ঘটনা ৷Body:--- দৰঙত চৰকাৰে যোগান ধৰা অন্ন সুৰক্ষা আঁচনিৰ চাউল হৰলুকি ৷ পাথৰিঘাট গাঁও পঞ্চায়ত সমবায় সমিতিত সংঘটিত হৈছে এই ঘটনা ৷ দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলৰ বাবে এক টকাত যোগান ধৰা ৮০ বেগ চাউল হৰলুকি হল পাথৰিঘাট সমবায়ৰ পৰা ৷ এজেন্টে সময়ত চাউল নাপায় অভিযোগ জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগক ৷ যোগান বিভাগে আৰম্ভ কৰিলে তদন্ত ৷ তদন্তত ওলায় পৰিল ৮০ বেগ চাউল হৰলুকি হোৱাৰ তথ্য ৷ অৱশেষত উপায়ুক্তৰ নিৰ্দেশ মৰ্মে বাতিল কৰিলে সমবায়খনৰ অনুজ্ঞাপত্ৰ ৷ পূৰ্বতেও সমবায় সমিতিখনত দুবাৰকৈ সংঘটিত হৈছিল চাউল হৰলুকিৰ ঘটনা ৷ যাৰ বাবে সমবায় সমিতিখনৰ বাতিল হৈছিল অনুজ্ঞাপত্ৰ ৷ জেল হাজোতলৈ গৈছিল সমবায়খনৰ দায়িত্বত থকা হৰেশ্বৰ ডেকা ৷ তৃতীয় বাৰো অনুৰুপ ঘটনা সংঘটিত হোৱাত হাহাকাৰ হিতাধিকাৰী সকলৰ মাজত ৷ কিয়নো এতিয়াও পোৱা নাই ৬ জনকৈ এজেন্টে হিতাধিকাৰীৰ চাউল ৷ সমবায়খনৰ স্বয়ং সভাপতি গৰাকীৰ চত্ৰচায়াত চাউল হৰলুকি ঘটনা সংঘটিত হোৱাৰ অভিযোগ ৷ সমবায়খনত চাউল প্ৰতিমাহে সময় মতে আহে যদিও এজেন্টক সময় মতে সভাপতি গৰাকীয়ে বিতৰন নকৰাৰ অভিযোগ দীৰ্ঘদিনৰ ৷ এতিয়া খিৰতী গাইত পৰিনত হৈছে পাথৰিঘাট সমবায় সমিত ৷Conclusion:Debabrat goswami, darrang
Last Updated : Oct 23, 2019, 1:33 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.