ETV Bharat / state

দৰঙত পুনৰ সন্দেহজনক লোকৰ মাটি বেদখল

author img

By

Published : Nov 20, 2019, 10:30 PM IST

এইবাৰ দৰঙৰ ৰঙামাটিৰ ১নং ধৰিয়া খাইটি গাঁৱত সন্দেহজনক নাগৰিকৰ বেদখলৰ ঘটনা পোহৰলৈ আহিছে ৷ প্ৰায় ডেৰ শতাধিক লোকে অবৈধভাৱে মাটি বেদখল কৰি ঘৰ বনৱোৰ অভিযোগ উত্থাপন হৈছে ৷

দৰঙত পুনৰ সন্দেহজনক লোকৰ মাটি বেদখল

দৰং,20 নৱেম্বৰঃদৰঙত পুনৰ সংঘটিত হৈছে ভূমি বেদখলৰ ঘটনা ৷ এবিঘা অথবা দুই বিঘা মাটি নহয় কেবাশ বিঘা ভূমি বেদখলৰ ঘটনা পোহৰলৈ আহিছে। এই ঘটনা সংঘটিত হৈছে দৰঙৰ ৰঙামাটিৰ ১নং ধৰিয়া খাইটি গাঁৱত।উল্লেখযোগ্য যে দৰঙৰ ৰঙামাটি মৌজাৰ ধৰিয়া খাইটি গাঁৱৰ ৩১ জন যুৱকে এক গোট হৈ বিগত ৮/৯ বছৰ ধৰি সেউজী পথাৰ পৰিচালনা সমিতি নামেৰে এটা NGO গঠন কৰি ২৫০ বিঘা মাটিত কৃষি কাৰ্য চলাই আহিছে । কিন্তু বৰ্তমান সময়ত সেই মাটিত সন্দেহযুক্ত নাগৰিকে নিজ বাসস্থানৰ বাবে ২৫০ বিঘা মাটিৰ ১৫০ বিঘা মাটি নিজৰ দখলত লৈছে। সেউজী পথাৰ পৰিচালনা সমিতিৰ অভিযোগ অনুসৰি প্ৰায় শতাধিক সন্দেহজনক পুৰুষ-মহিলা উভয়ে হাতত অস্ত্ৰ তুলি ৰঙামাটিৰ স্থানীয় সেউজী পথাৰ পৰিচালনা সমিতিৰ সদস্যসকলক আক্ৰমণ কৰি ভূমি দখল কৰে । ইয়াৰ লগে লগেই সেউজী পথাৰ পৰিচালনা সমিতিয়ে মঙলদৈ সদৰ আৰক্ষী থানাত সন্দেহজনক নাগৰিকৰ ভূমি বেদখলৰ ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে ৷

দৰঙত পুনৰ সন্দেহজনক লোকৰ মাটি বেদখল

লগতে চাওকঃ নাজিৰাত পথমণিয়ে উন্মোচন কৰিলে নিজৰ প্ৰতিমূৰ্ত্তি

Intro:দৰঙত আকৌ সংঘটিত হৈছে ভূমি বেদখলৰ ঘটনা Body:
দৰঙত আকৌ সংঘটিত হৈছে ভূমি বেদখলৰ ঘটনা।

এইবাৰ পিছে এ বিঘা অথবা দুই বিঘা মাটি নহয় প্ৰায় শতাধিক ভূমি বেদখলৰ ঘটনা পোহৰ লৈ আহিছে ।

এই ঘটনা সংঘটিত হৈছে দৰঙৰ ৰঙামাটিৰ ১নং ধৰিয়া খাইটি গাওঁত।
উল্লেখযোগ্য যে দৰঙৰ ৰঙামাটি মৌজাৰ ধৰিয়া খাইটি গাওঁ ৰ ৩১ জন যুৱকে এক গোট হৈ আজি ৮/৯ বছৰ ধৰি সেউজী পথাৰ পৰিচালনা সমিতি নামেৰে এটি NGO গঠন কৰি ২৫০ বিঘা মাটিত কৃষি কাৰ্য চলাই আছে । কিন্তু বৰ্তমান সময়ত সেই মাটিত সন্দেহযুক্ত নাগৰিকে নিজ বাসস্থানৰ বাবে ২৫০ বিঘা মাটিৰ ১৫০ বিঘা মাটি নিজৰ দখলত লৈছে । সেউজী পথাৰ পৰিচালনা সমিতিয়ে ভাষ্য তথা এজাহাৰত উল্লেখ কৰিছে যে প্ৰায় শতাধিক সন্দেহজনক পুৰুষ মহিলা উভয়ে হাতত অস্ত্ৰ তুলি ৰঙামাটিৰ স্থানীয় সেউজী পথাৰ পৰিচালনা সমিতিৰ সদস্য সকলক আক্ৰমণ কৰি ভুমি দখল কৰে ।
Conclusion:ইয়াৰ লগে লগেই সেউজী পথাৰ পৰিচালনা সমিতিয়ে মঙলদৈ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষীৰ বিষয়া নিৰঞ্জন বৰুৱাক সন্দেহজনক নাগৰিকৰ ভূমি বেদখল ঘটনা অৱগত কৰায় আৰু ইয়াৰ উচিত তদন্ত বিচাৰি এখন এজাহাৰ দাখিল কৰে
Debabrat, goswami darrang
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.