ETV Bharat / state

কলা শাখাত শীৰ্ষস্থানত জিলিকিল দৰঙৰ পূবালী ডেকা - DARRANG RANK HOLDER

সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শীৰ্ষ স্থানত উজলিছে দৰঙৰ পাথৰিঘাটৰ পূবালী ডেকা ৷

DARRANG 1ST POSITION HOLDER PUBALI DEKA
কলা শাখাত শীৰ্ষস্থানত জিলিকিল দৰঙৰ পূবালী ডেকা
author img

By

Published : Jun 25, 2020, 12:38 PM IST

দৰং,25জুনঃ অসমৰ ভিতৰত কলা শাখাত শীৰ্ষ স্থান লাভ কৰিছে দৰঙৰ পূবালী ডেকাই ৷ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত মুঠ 481 নম্বৰ অৰ্জন কৰি দৰঙলৈ গৌৰৱ কঢ়িয়াই আনিছে পূবালী ডেকা নামৰ মেধাৱী ছাত্ৰী গৰাকীয়ে ৷ ছিপাঝাৰৰ দীপিলাস্থিত এন আৰ ডি এচ্ প্ৰাইভেট জুনিয়ৰ কলেজৰ ছাত্ৰী আছিল পূবালী ডেকা ৷ পূবালীৰ পিতৃ পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ৷ ভৱিষ্যতে এগৰাকী শিক্ষক হোৱাৰ সপোন মেধাৱী ছাত্ৰী গৰাকীৰ ৷

কলা শাখাত শীৰ্ষস্থানত জিলিকিল দৰঙৰ পূবালী ডেকা

লগতে পঢ়কঃকলা শাখাত তৃতীয় স্থানপ্ৰাপ্ত পলী বৰাৰ শিক্ষক হোৱাৰ মন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.