ETV Bharat / state

দলগাঁৱত শিক্ষক-শিক্ষয়িত্ৰীৰ উত্তাল প্ৰতিবাদ

author img

By

Published : Sep 13, 2019, 7:11 PM IST

প্ৰাথমিক টেট উত্তীৰ্ণ কৰ্মৰত ঠিকাভিত্তিক ৪১ হেজাৰ শিক্ষকৰ চাকৰি বিনাচৰ্তে বেতন সুৰক্ষাসহ নিয়মীয়াকৰণৰ দাবীত দলগাঁৱৰ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষক-শিক্ষয়িত্ৰীসকলে ৷

দলগাঁৱত শিক্ষক-শিক্ষয়িত্ৰীৰ উত্তাল প্ৰতিবাদ

দলগাঁও,13চেপ্তেম্বৰ : শুকুৰবাৰে প্ৰতিবাদমুখী হৈ পৰে দলগাঁও ৷ দৰঙৰ দলগাঁও প্ৰাথমিক শিক্ষাখণ্ডৰ কাৰ্যালয়ত টেট উত্তীৰ্ণ শিক্ষকৰ চাকৰি বেতন সুৰক্ষাসহ নিয়মীয়া কৰণৰ দাবীত অৱস্থান ধৰ্মঘট কৰে কেইবা শতাধিক শিক্ষক-শিক্ষয়িত্ৰীয়ে ৷ বিদ্যালয়ত পাঠদানৰ পৰা বিৰত থাকি শিক্ষক-শিক্ষয়িত্ৰীসকলে উত্তাল কৰি তোলে দলগাঁৱৰ ৰাজপথ ৷ সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ আহ্বান মৰ্মে প্ৰাথমিক টেট উত্তীৰ্ণ কৰ্মৰত ঠিকাভিত্তিক ৪১ হেজাৰ শিক্ষকৰ চাকৰি বিনাচৰ্তে বেতন সুৰক্ষাসহ নিয়মীয়া কৰিব লাগে ৷ যাৰ বাবে শিক্ষক-শিক্ষয়িত্ৰীসকলে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি তোলে ৷ এই প্ৰতিবাদত সদৌ অসম ৰাজ্যিক শিক্ষক সন্মিলনীয়ে পূৰ্ণভাৱে সমৰ্থন জনায় ৷

Intro:Slug : Dalgaon Tet teacher Andolan

Byte.. Teachers

## শ্ৰেণীকোঠা এৰি প্ৰতিবাদত নামিল টেট উত্তীৰ্ণ শিক্ষক সমাজ ।
## বেতন সুৰক্ষাসহ চাকৰি নিয়মীয়া কৰণৰ দাবীত দলগাঁৱত এই প্ৰতিবাদ ।Body:

দলগাঁও /১৩ ছেপ্টেম্বৰ ।

শ্ৰেণীকোঠা এৰি দলগাঁৱত ধৰ্মঘটত বহিল শিক্ষক সমাজ । টেট উত্তীৰ্ণ শিক্ষকৰ চাকৰি বেতন সুৰক্ষা সহ নিয়মীয়া কৰণৰ দাবীত দৰঙৰ দলগাঁও প্ৰাথমিক শিক্ষা খণ্ডৰ কাৰ্যালয়ত উত্তাল প্ৰতিবাদ কৰে কেইবা শতাধিক শিক্ষক শিক্ষয়িত্ৰীয়ে ৷ বিদ্যালয়ত পাঠদানৰ পৰা বিৰত থাকি কিনকিনিয়া বৰষুণক নেওচি হাতে হাতে ছাতি লৈ প্ৰতিবাদ সাব্যাস্থ কৰে ঠিকা ভিত্তিত টেট উত্তীৰ্ণ শিক্ষক সমাজে ৷ সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ আহ্বান মৰ্মে প্ৰাথমিক টেট উত্তীৰ্ণ কৰ্মৰত ঠিকাভিত্তিক ৪১ হেজাৰ শিক্ষকৰ চাকৰি বিনাচৰ্তে বেতন সুৰক্ষাসহ নিয়মীয়া কৰাৰ দাবীত দৰং জিলাৰ দলগাঁও শিক্ষা খণ্ডৰ অন্তৰ্গত প্ৰাথমিক টেট শিক্ষকে আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । সদৌ অসম ৰাজ্যিক শিক্ষক সন্মিলনীয়ে পূৰ্ণ সমৰ্থন জনায় আজিৰ প্ৰতিবাদী কাৰ্যসূচীত ।Conclusion:দলগাও প্ৰাথমিক শিক্ষা খণ্ডৰ কাৰ্যালয় প্ৰাংগণত ৰূপায়ণ কৰে এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ।

আব্দুল হাকিম
, দলগাঁও
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.