দলগাঁও, 10 ছেপ্তেম্বৰ :
- দলগাঁৱত সংঘটিত হয় এক আত্মহননৰ ঘটনা
- এজনী চৈধ্য বছৰীয়া কিশোৰীয়ে চিপজৰী লৈ নিজ গৃহতে কৰে আত্মহত্যা দলগাঁৱত কিশোৰীৰ আত্মহত্যা
- কিশোৰী গৰাকী হৈছে মোচন আলীৰ কন্যা মৰ্জিনা বেগম
- পোহৰলৈ অহা নাই কিশোৰীজনীৰ আত্মহত্যাৰ কাৰণ
- মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ আৰক্ষীৰ